Saturday, April 27, 2024

অনিৰুদ্ধ অসম

খিলঞ্জীয়াৰ মাটি আৰু অধিকাৰ – মিছন বসুন্ধৰা ৩.০

 ৰাজ্যখনৰ ভূমি ব্যৱস্থাপনা আৰু ভূমি ৰাজহ ব্যৱস্থাত এক যুগান্তকাৰী পৰিৱৰ্তন সাধন কৰিবলৈ লোকসভা নিৰ্বাচনৰ পাছত অসমত মিছন বসুন্ধৰা ৩.০ সম্পূৰ্ণ ...

 ৰাজ্যত পথ দুৰ্ঘটনা প্ৰতিৰোধী ব্যৱস্থা

শুভজিৎ চক্ৰৱৰ্তীয়ে শিলচৰৰ পৰা গুৱাহাটীলৈ সঘনাই ভ্ৰমণ কৰে। ৰাজপথত সঘন দেখা পোৱা তেজৰ চেঁকুৰাৰ বিপৰীতে যোৱা কেইটামান দিনত চক্ৰৱৰ্তীয়ে যথেষ্ট...

প্ৰতিভাৰ মহামিলন এই ক্ৰীড়াংগন

ক্ৰীড়া ক্ষেত্ৰত যে অসমে অগ্ৰাধিকাৰ প্ৰদান কৰিছে সেয়া বৰ্তমান সময়ত গ্ৰহণ কৰি থকা ব্যৱস্থাসমূহৰ জৰিয়তে প্ৰতিফলিত হৈছে। ক্ৰীড়াৰ দিশত অসমৰ...

সমাজ জীৱন ধন্য কৰা ব্যক্তিসকললৈ সন্মান

সমাজ জীৱনৰ বিভিন্ন ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ স্বীকৃতিস্বৰূপে অসম চৰকাৰে শেহতীয়াকৈ ২২গৰাকী ব্যক্তিক অসম ৰাজ্যিক অসামৰিক বঁটা-২০২৩ৰে সন্মানিত কৰে। শ্ৰীমন্ত শংকৰদেৱ...

অসম কেবিনেট – গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ

১০ ফেব্ৰুৱাৰী ২০২৪  গ্রাম্য প্ৰতিৰক্ষা সংস্থাৰ উন্নয়নৰ বাবে অসম গ্রাম্য প্ৰতিৰক্ষা সংস্থা (সংশোধনী) বিধেয়ক ২০২৪ত অনুমোদন দক্ষ নগৰ প্ৰশাসনৰ বাবে...

স্বাস্থ্যসেৱা আন্তঃগাঁথনিৰ বিকশিত যাত্ৰা, মুকলি হ’ল নাইপাৰ

অসমৰ স্বাস্থ্য আন্তঃগাঁথনিলৈ এক নৱ সংযোজনেৰে কেন্দ্ৰীয় ৰাসায়নিক আৰু সাৰ তথা স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ড০ মনসুখ মাণ্ডৱিয়াই কামৰূপ...

ৰাজ্যৰ আৰক্ষী ব্যৱস্থাত অন্য এক দক্ষ সংযোজন 

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অসম আৰক্ষী সম্পৰ্কে এক গুৰুত্বপূৰ্ণ বিষয় উপস্থাপন কৰে। তেওঁ উল্লেখ কৰে যে দেশৰ আন ৰাজ্যিক আৰক্ষী...

মহানগৰীৰ সেউজীয়া বাছবোৰ

খানাপাৰাৰপৰা পাণবজাৰলৈ সুৰেন কলিতাৰ বাছযাত্ৰা আজিকালি মসৃণ, যান্ত্ৰিক শব্দৰপৰা মুক্ত আৰু আৰামদায়ক। চিটি বাছত উঠাৰ এক অনন্য অভিজ্ঞতাৰ সাক্ষী হৈছে...

অসমৰ সেউজ জন আন্দোলনলৈ গীনিজৰ স্বীকৃতি

এক ইতিহাসৰ সূচনা কৰি অমৃত বৃক্ষ আন্দোলনে অসমৰ সেউজ আৱৰণখনলৈ অৱদান আগবঢ়োৱাৰ লগতে লাভ কৰিলে গীনিজ বিশ্ব অভিলেখৰ নখন প্ৰমাণপত্ৰ।...

Page 1 of 11 1 2 11

Welcome Back!

Login to your account below

Retrieve your password

Please enter your username or email address to reset your password.