Tuesday, March 19, 2024

কেন্দ্ৰ-ৰাজ্য সংবাদ

প্ৰধানমন্ত্ৰী অসমৰ বন্ধু আৰু শুভাকাংক্ষী  – মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা

অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অসমৰ বাবে চিৰদিনৰ বন্ধু আৰু শুভাকাংক্ষী। প্ৰধানমন্ত্ৰীগৰাকীৰ শেহতীয়া গুৱাহাটী...

এই বাজেট উন্নয়নৰ ৰূপৰেখা – মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

অসম বাজেট ২০২৪-২০২৫ সম্পৰ্কে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰে যে বহনক্ষম বিকাশৰ বাবে এক বাস্তৱসন্মত ৰূপৰেখা সৃষ্টি কৰিবলৈ...

নিশ্চিত হ’ব কন্যা সন্তানৰ  উচ্চ শিক্ষা

ৰাজ্যৰ বিত্ত মন্ত্ৰী অজন্তা নেওগে বাজেটত এখন বিশেষ আঁচনিৰ বিষয়ে ঘোষণা কৰে – মুখ্যমন্ত্ৰী নিযুত মইনা। এই আঁচনিৰ  অধীনত উচ্চতৰ...

কাৰ্বি সমাজৰ সাংস্কৃতিক ঐতিহ্যৰ ধ্বজ্জা কাৰ্বি যুৱ মহোৎসৱ

যোৱা ১৭ জানুৱাৰীত কাৰ্বি যুৱ মহোৎসৱত ভাৰ্চুৱেলী ৰাইজক সম্বোধন কৰি ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে কয় এই মহোৎসৱে কাৰ্বি জনগোষ্ঠীয় লোকসকলৰ সাংস্কৃতিক...

অসম কেবিনেট

গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ ১ জানুৱাৰী ২০২৪  এপিডিচি এলক ২০০ কোটি টকাৰ শুল্ক ৰাজসাহায্য প্রদান কৰা হ'ব সুযোগ্য প্রার্থীৰ বাছনি নিশ্চিত কৰিবলৈ...

পিএম-শ্ৰী – শিক্ষাখণ্ডৰ আন্তঃগাঁথনি উন্নয়নৰ নৱৰূপ

পঞ্চাছোৰ্ধ্বৰ শিল্পী দে’ৰ বাবে এয়া প্ৰকৃতাৰ্থত আনন্দৰ বতৰা। তেখেত কৰিমগঞ্জৰ এমএমচি উচ্চ বিদ্যালয়ৰ অধ্যক্ষ হিচাপে কৰ্মৰত। এই বতৰাই যেন নিশ্চিত...

বিকশিত ভাৰত সংকল্প যাত্ৰা’

যোৱা ১৬ ডিচেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ' কনফাৰেন্সযোগে ‘বিকশিত ভাৰত সংকল্প যাত্ৰা’ৰ অধীনস্থ হিতাধিকাৰীসকলক সম্বোধন কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে ‘অসম গৌৰৱ’ বঁটাপ্ৰাপক...

অসম কেবিনেট

১ ডিচেম্বৰ ২০২৩ গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ দৰিদ্ৰ পৰিয়ালসমূহক বিনামূলীয়াকৈ চাউল যোগান ধৰাৰ চৰকাৰৰ প্ৰচেষ্টাৰ অংশ হিচাপে অসম খাদ্য সুৰক্ষা বিধি ২০২২ৰ...

Page 1 of 8 1 2 8

Welcome Back!

Login to your account below

Retrieve your password

Please enter your username or email address to reset your password.