Thursday, May 14, 2026

অসমীয়া

স্বায়ত্তশাসিত পৰিষদত উন্নয়নৰ বাৰ্তা

সংবিধানৰ ষষ্ঠ অনুসূচীৰ অধীনত অন্তৰ্ভুক্ত নোহোৱা অসমৰ অনুসূচিত জনজাতি আৰু ৰাজ্যৰ স্বায়ত্তশাসিত পৰিষদসমূহৰ সামগ্ৰিক কাৰ্যকলাপৰ সৈতে জড়িত বিষয়সমূহক লৈ এখনি...

মুখ্যমন্ত্ৰীৰ বাৰ্তা – আগষ্ট ২০২৪

শাওণৰ আকাশৰ ক’লা ডাৱৰবোৰ আঁতৰাই এই জুলাইত অসমত ভুমুকি মাৰিলে আনন্দৰ সূৰুযে। অসম আৰু অসমবাসীলৈ আনন্দৰ বতৰাৰে চৰাইদেউৰ মৈদামে লাভ...

উত্তৰ-পূবৰ প্ৰথম সাংস্কৃতিক বিশ্ব ঐতিহ্য ক্ষেত্ৰলৈ স্বাগতম

ইতিহাসপ্ৰসিদ্ধ আহোম শাসনকালৰ সমাধি থল ‘মৈদাম’ৰ নাম আনুষ্ঠানিকভাৱে লিপিবদ্ধ হ’ল ৰাষ্ট্ৰসংঘৰ শৈক্ষিক বৈজ্ঞানিক সাংস্কৃতিক সংস্থা (ইউনেস্ক’)ৰ বিশ্ব ঐতিহ্য তালিকাত। ২৬...

কেন্দ্ৰৰ বাজেটে আনিছে অসমৰ উন্নয়নৰ বতৰা 

কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীথাৰমনে এইবাৰৰ বাজেটত প্ৰতিটো বাৰিষাতে বানৰ ফলত সৃষ্টি হোৱা প্ৰত্যাহ্বানসমূহৰ মোকাবিলা কৰিবলৈ ৰাজ্যখনক বিশেষ সহায়ৰ প্ৰস্তাৱ আগবঢ়ায়।...

অসমৰ ষ্টাৰ্টআপৰ বিশ্বমুখী যাত্ৰাৰ প্ৰথম খোজ 

অসমত থকা ৪৮৯টা ষ্টাৰ্টআপৰ অন্যতম এটা ষ্টাৰ্টআপ হৈছে জেৰাণ্ড মেনুফেকচাৰিং। ২০১৮ চনত তিনিগৰাকী নতুন অভিযন্তাই এক বহনক্ষম ইটা প্ৰস্তুত কৰাৰ...

দেশৰ শীৰ্ষ ৰাজ্য হোৱাৰ দিশে অসমৰ যাত্ৰা অনিৰুদ্ধ

২০২৩-২৪ বৰ্ষৰ বাবে প্ৰকাশ পোৱা বহনক্ষম উন্নয়ন লক্ষ্যৰ সূচকত অসমৰ স্থান লক্ষণীয়ভাৱে উন্নত হৈছে। যোৱা ১৫ জুলাইত মুখ্যমন্ত্ৰীগৰাকীয়েও এই বিষয়ে...

‘শিক্ষা সেতু অসম’ – বিদ্যালয় শিক্ষা ব্যৱস্থাত অভূতপূৰ্ব পৰিৱৰ্তন

অসম চৰকাৰৰ শিক্ষা বিভাগৰ তদানীন্তন প্ৰধান সচিব বি কল্যাণ চক্ৰৱৰ্তীয়ে ২০২০ চনৰ ফেব্ৰুৱাৰী মাহত বিভাগীয় দায়িত্ব গ্ৰহণ কৰাৰ সময়ত অসমৰ...

নিযুত মইনা

মাৰ্চ মাহত কাৰ্যকৰী হোৱা আৰু জুন মাহৰ প্ৰথম সপ্তাহলৈকে অব্যাহত থকা নিৰ্বাচনী আচৰণ বিধিৰ পৰিপ্ৰেক্ষিতত তিনি মাহৰ বিৰতিৰ পাছত অসম...

ডিজিটেল সুশাসন ব্যৱস্থা – সেৱা সেতু

অসম চৰকাৰৰ ডিজিটেল সুশাসন ব্যৱস্থাৰ অগ্ৰণী এক প্ৰচেষ্টা হৈছে ‘সেৱা সেতু’৷ ৰাজহুৱা সেৱা বিতৰণ সুচল কৰাৰ উদ্দেশ্যে সেৱা সেতু উন্মোচন...

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ বিৰল সফলতা

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ে প্ৰথমবাৰৰ বাবে মগজু মৃত বা ব্ৰেইন ডেথ ব্যক্তিৰ পৰা গ্ৰহণ কৰা বৃক্ক সংৰোপণ প্ৰক্ৰিয়া সফলতাৰে...

Page 8 of 46 1 7 8 9 46

Welcome Back!

Login to your account below

Retrieve your password

Please enter your username or email address to reset your password.