Monday, May 20, 2024

অসমীয়া

অৰুণোদয় : প্ৰত্যাশাৰ এক নতুন সূৰ্যোদয়

আৰ্থিকভাৱে পিছপৰা অসমৰ লাখ লাখ গৃহিণীৰ জীৱনলৈ আশাৰ ৰেঙনি কঢ়িয়াই আনিছে 'অৰুণোদয়' আঁচনিয়ে।  বহনক্ষম উন্নয়নৰ লক্ষ্যৰে (SDG) ২০২০ বৰ্ষত আৰম্ভ...

অসম লোকসেৱা অধিকাৰ (ARTPS) প’ৰ্টেল: গতিশীল ই-গভৰনেন্স ব্যৱস্থা

 ৰাজহুৱা সেৱা প্ৰদান ব্যৱস্থাটোক অধিক  কাৰ্যক্ষম কৰাটো হৈছে ডO হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰখনৰ এক অন্যতম প্ৰধান লক্ষ্য। এই...

মিছন বসুন্ধৰা: ভূমিৰ সমস্যা নিষ্পত্তিকৰণৰ দিশত এখোজ

স্বাধীনতাৰ সময়ৰপৰাই উত্তৰ-পূৰ্বাঞ্চলত বিভিন্ন কাৰণত সামাজিক, ৰাজনৈতিক আৰু অৰ্থনৈতিক সমস্যাৰ উদ্ভৱ হৈ আহিছিল। অঞ্চলটোৱে সন্মুখীন হৈ অহা এই সমস্যাৰ অন্তৰ্নিহিত...

অসম মাইক্ৰ’ফাইনেন্স উদগনি আৰু সকাহ আঁচনি (AMFIRS) ঋণগ্ৰস্ততাৰ পৰা ঋণমুক্তিলৈ

অসমৰ ৰাজধানী চহৰ গুৱাহাটীৰ পৰা প্ৰায় ৭৮ কিল’মিটাৰ উত্তৰ-পশ্চিমে অৱস্থিত নলবাৰী জিলাৰ নিজ বাঁহজানী গাঁও। গাঁৱৰ সৰহভাগ ৰাইজে কৃষি আৰু...

 উন্নয়নৰ দ্ৰুতগতিৰে সম্ভাৱনাপূৰ্ণ এটি বছৰ

দীপ্তি ৰাণী তালুকদাৰ, গোপী ডেকা, ছাইদুল আলী, বিনন্দ ৰাজবংশীৰ দৰে বিভিন্নজনৰ মুখৰ হাঁহিটিৰ আঁৰত বহুকেইটা কাৰণ লুকাই আছে। এওঁলোক সকলো...

শ্বহীদ আৰু প্ৰাক্তন সৈনিকলৈ সন্মান

বাংলাদেশৰ স্বাধীনতাৰ বাবে ১৯৭১ চনত পাকিস্তানৰ বিৰুদ্ধে হোৱা যুদ্ধৰ সময়ত সক্ৰিয় ভূমিকা পালন কৰা প্ৰাক্তন সৈনিকসকলৰ লগতে মহিলা মুক্তি যুঁজাৰু,...

ৰাষ্ট্ৰপতি ৰাম নাথ কোৱিন্দৰ অসম প্ৰীতি

আহোম সেনাপতি বীৰ লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জয়ন্তী উদযাপন উপলক্ষে চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত অসম ভ্ৰমণ কৰাৰ পাছতেই মে' মাহৰ...

ডিব্ৰুগড় আৰু  ডিফুত প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ডিফু আৰু ডিব্ৰুগড়ত দুখন ৰেলীত অংশগ্ৰহণ কৰি তেওঁৰ লাখ লাখ জনতাক উদ্দেশ্যি সম্বোধন কৰিলে। তেওঁৰ স্বভাৱসুলভ বন্ধুত্ৱপূৰ্ণ...

অসমৰ বিকাশ যাত্ৰাত কেন্দ্ৰৰ ঐকান্তিক দৃষ্টি

গুৱাহাটী, অসম বাৰ্তা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ-পূৰ্বাঞ্চলৰ সৈতে দেশৰ সংযোগক নতুন গতি প্ৰদান কৰিবলৈ আন্তৰিক প্ৰয়াস অব্যাহত ৰাখিছে। কেন্দ্ৰ আৰু...

Page 36 of 37 1 35 36 37

Welcome Back!

Login to your account below

Retrieve your password

Please enter your username or email address to reset your password.