• About
  • Contact
  • Privacy Policy
  • Subscribe to Newsletter
Friday, June 2, 2023
No Result
View All Result
  • Login
Asom Barta
  • Home
  • Glimpses
  • Newsletter Download
    • Current Issue
      • Asom Barta – English
      • Asom Barta – Assamese
    • Last Month Issue
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
  • Archive
    • April 2023
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • March 2023
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • February 2023
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta- Hindi
    • January 2023
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta -Hindi
    • December 2022
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta -Hindi
    • November 2022
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • October 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • September 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • August 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • July 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • June 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • May 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
  • Editorial Board
  • Language
    • Assamese Edition
    • Hindi Edition
  • About
  • Home
  • Glimpses
  • Newsletter Download
    • Current Issue
      • Asom Barta – English
      • Asom Barta – Assamese
    • Last Month Issue
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
  • Archive
    • April 2023
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • March 2023
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • February 2023
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta- Hindi
    • January 2023
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta -Hindi
    • December 2022
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta -Hindi
    • November 2022
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • October 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • September 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • August 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • July 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • June 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • May 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
  • Editorial Board
  • Language
    • Assamese Edition
    • Hindi Edition
  • About
No Result
View All Result
Asom Barta
No Result
View All Result
Home অনিৰুদ্ধ অসম

ৰাইজৰ কাষত থাকক উপায়ুক্তসকল : মুখ্যমন্ত্ৰী

AB Bureau by AB Bureau
July 4, 2022
in অনিৰুদ্ধ অসম, অসমীয়া
5
0
তেজপুৰত উপায়ুক্ত সন্মিলনত সতীৰ্থ মন্ত্ৰীসকল, জিলা উপায়ুক্তসকল আৰু বিষয়াবৰ্গৰ সৈতে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা

তেজপুৰত উপায়ুক্ত সন্মিলনত সতীৰ্থ মন্ত্ৰীসকল, জিলা উপায়ুক্তসকল আৰু বিষয়াবৰ্গৰ সৈতে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই অসমৰ ৩৫খন জিলাৰ উপায়ুক্তসকলক ৰাজ্যিক আৰু কেন্দ্ৰীয় আঁচনিসমূহৰ লক্ষ্য প্ৰাপ্তিৰ উদ্দেশ্যে এই আঁচনিসমূহ সমাজৰ অন্তিমজন ব্যক্তিৰ ওচৰলৈ লৈ যোৱাত গুৰুত্ব দিবলৈ নিৰ্দেশ দিয়ে, যাতে ৰাজ্যখনৰ উন্নয়নৰ লগতে সৰ্বসাধাৰণৰ বিকাশ সুনিশ্চিত হয়৷

তেজপুৰত অনুষ্ঠিত তৃতীয় উপায়ুক্ত সন্মিলনত ভাষণ প্ৰদান কৰি ড° হিমন্ত বিশ্ব শৰ্মাই উপায়ুক্তসকলক ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ ধবজাবাহী আঁচনিসমূহৰ কাৰ্যকৰী ৰূপায়ণৰ লগতে ইয়াৰ লগত জড়িত সমস্যাবোৰৰ সমাধানৰ ক্ষেত্ৰত কাম কৰি যাবলৈ আহ্বান জনায়৷ ১২ আৰু ১৩ জুনত জিলা উপায়ুক্তসকলৰ সৈতে হোৱা দুদিনীয়া বাৰ্তালাপত তেওঁ জল জীৱন মিছন, ৰেচন কাৰ্ড আৰু প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ হিতাধিকাৰীৰ আধাৰ সংযোগকৰণৰ লগতে অৰুণোদয়, পিএমএৱাই(গ্ৰামীণ), অটল অমৃত অভিযানৰ যোগ্য হিতাধিকাৰীৰ চিনাক্তকৰণ, ধান ক্ৰয় আদিৰ লগতে অন্যান্য কেইটামান বিষয়ত বিশেষ মনোযোগ দিবলৈ পৰামৰ্শ দিয়ে৷ উপায়ুক্তসকলে উপস্থাপন কৰা সমস্যাবোৰো তেওঁ সম্বোধন কৰে৷

আঁচনিসমূহৰ জৰিয়তে সেৱা প্ৰদানৰ মান আৰু বিশ্বাসযোগ্যতা উন্নত কৰাৰ বাবে নিৰ্দিষ্ট সময়ৰ ব্যৱধানত আঁচনিসমূহৰ পৰ্যালোচনা কৰাত মুখ্যমন্ত্ৰীয়ে গুৰুত্ব প্ৰদান কৰে৷ তেওঁ প্ৰশাসনীয় অধিকাৰী সকলক বাস্তৱ পৰিস্থিতিৰ বিষয়ে অৱগত হ’বলৈ জিলাসমূহৰ সকলো অঞ্চল ভ্ৰমণ কৰিবলৈ আহ্বান জনায়৷ তেওঁ উপায়ুক্ত, অতিৰিক্ত উপায়ুক্ত, মহকুমাধিপতি আৰু সহকাৰী আয়ুক্তসকলক লৈ ‘টীম ডিষ্ট্ৰিক্ট’ হিচাপে ধবজাবাহী আঁচনিসমূহ সুচাৰুৰূপে সম্পাদন হোৱাটো¸ সুনিশ্চিত কৰিবলৈ আহ্বান জনায়৷

আগতীয়াকৈ অহা বৰষুণ আৰু বানপানীৰ ফলত হোৱা ব্যাপক ক্ষতিৰ পৰিপ্ৰেক্ষিতত তেখেতে আন্তঃগাঁথনিসমূহ পুনৰুদ্ধাৰৰ বাবে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে৷
ড° হিমন্ত বিশ্ব শৰ্মাই উপায়ুক্তসকলক অসম মালা প্ৰকল্পৰ বাবে ভূমি অধিগ্ৰহণ ত্বৰান্বিত কৰিবলৈ আৰু জিলাসমূহৰ অধিগৃহীত ভূমি তিনিটা ভাগত বিভক্ত কৰিবলৈ নিৰ্দেশ দিয়ে: ক্ষতিপূৰণ মূলক বনানীকৰণ, উদ্যোগ আৰু চৰকাৰী প্ৰকল্প৷ মুখ্যমন্ত্ৰীয়ে মিছন বসুন্ধৰাৰ সফলতাৰ বাবে বিষয়াসকলক প্ৰশংসা কৰে আৰু উপায়ুক্তসকলক মিছনৰ অধীনত নাকচ হোৱা গোচৰসমূহ পুনৰীক্ষণ কৰিবলৈ নিৰ্দেশ দিয়ে৷

তেওঁ উপায়ুক্তসকলক প্ৰতিখন জিলাতে অতিকমেও পাঁচটাকৈ ধান ক্ৰয় কেন্দ্ৰ মুকলি কৰিবলৈ আৰু ৰাজ্যই ৩০ ছেপ্টেম্বৰৰ আগতে ৭ মেট্ৰিক টন ধান ক্ৰয়ৰ বাবে লোৱা লক্ষ্য পূৰণৰ দিশত কাম কৰিবলৈ নিৰ্দেশ দিয়ে৷ মুখ্যমন্ত্ৰীয়ে উপায়ুক্তসকলক তেওঁলোকৰ নিজ নিজ জিলাসমূহৰৰ পৰা জৈৱিক সামগ্ৰীৰ ৰপ্তানিৰ ক্ষেত্ৰত থকা সম্ভাৱনা অন্বেষণ কৰাৰ লগতে একাধিক শস্য উৎপাদনত উদগনি দিবলৈ আহ্বান জনায়৷ যিহেতু ৰাষ্ট্ৰসংঘই ২০২৩ বৰ্ষটো ‘বাজৰা বৰ্ষ’ হিচাপে পালন কৰাৰ সিদ্ধান্ত লৈছে সেয়ে, বাজৰা খেতিৰ ওপৰত গুৰুত্ব দিবলৈ তেখেতে আহ্বান জনায়৷

তেখেতে প্ৰশাসনীয় অধিকাৰীকলক কাৰ্যকৰী ঘৰুৱা টেপ সংযোগ স্থাপনৰ লক্ষ্য পূৰণ কৰিবলৈ আহ্বান জনায়৷ আনহাতে তেওঁলোকক স্বাস্থ্য প্ৰতিষ্ঠান, বিদ্যালয় আৰু অংগনৱাড়ী কেন্দ্ৰসমূহৰ উন্নত মান নিশ্চিত কৰিবলৈ নিৰীক্ষণ কৰাৰ বাবে নিৰ্দেশ দিয়ে৷

মুখ্যমন্ত্ৰীগৰাকীয়ে জিলা প্ৰশাসনক নিজ নিজ জিলাৰ প্ৰয়োজনীয় দুটা ক্ষেত্ৰ নিৰ্ধাৰণ কৰি, বিষয়াসকলক কাৰ্যকৰী লোকসেৱাৰ অধিকাৰ (আৰটিপিএছ) আৰু অভিযোগ নিষ্পত্তিৰ বাবে কৃতজ্ঞতা পৰ্টেলৰ কাম-কাজৰ ওপৰত অধিক গুৰুত্ব দিবলৈ কয়৷ মুখ্যমন্ত্ৰীয়ে সেৱা প্ৰদানৰ এক দক্ষ আৰু স্বচ্ছ ডিজিটাইজেচন ব্যৱস্থাৰ কথা উনুকিয়াই যাতে সাধাৰণ মানুহে নিজৰ কামৰ বাবে জিলা মুখ্য কাৰ্যালয়লৈ অহা-যোৱা কৰাৰ প্ৰয়োজন নাথাকে৷ তেখেতে বিষয়াসকলক স্পষ্ট কৰি দিয়ে যে ২ অক্টোবৰৰ পৰা কাগজৰ ফাইলৰ ধাৰণা নোহোৱা হৈ যাব সেয়েহে, তেওঁলোকে জিলাসমূহত ই-কাৰ্যালয়ৰ ব্যৱস্থা অতি সোনকালে কাৰ্যকৰী কৰিবলৈ চেষ্টা কৰা উচিত৷ তেখেতে চৰকাৰী আঁচনিসমূহৰ অধীনত সৰ্বোৎকৃষ্ট ফলাফলৰ বাবে ১২ লাখ যোগ্য কৃষক, ব্যক্তিৰ আধাৰ সংযোগীকৰণ সম্পূৰ্ণ কৰি আৰু বাধ্যতামূলক ই-কেৱাইচিৰ সুবিধা প্ৰদান কৰিবলৈ নিৰ্দেশ দিয়ে৷ তেওঁ লগতে কয়, “আপোনালোকে ই-পিঅ’এছ চিডিং সম্পূৰ্ণ হোৱাটো নিশ্চিত কৰিব লাগিব৷”

জিলাসমূহত হোৱা বাল্য বিবাহৰ ঘটনাৰ ওপৰত দৃষ্টি ৰাখিবলৈ তেখেতে আহ্বান জনায়৷ তেওঁ কয় যে বাল্য বিবাহৰ ফলত মাতৃৰ মৃত্যুৰ হাৰৰ দৰে বিভিন্ন স্বাস্থ্যজনিত আৰু সামাজিক কুপ্ৰভাৱসমূহ বৃদ্ধি পাইছে৷

তিনিচুকীয়াত হ’বলগীয়া পৰৱৰ্তী সন্মিলনৰ কাৰ্যসূচী নিৰ্ধাৰণ কৰি মুখ্যমন্ত্ৰীয়ে স্বাস্থ্য, শিক্ষা আৰু সমাজ কল্যাণত অগ্ৰাধিকাৰ দিয়া হ’ব বুলি উল্লেখ কৰে৷

কৰ্মসূচী
* আঁচনিসমূহ সমাজৰ অন্তিমজন ব্যক্তিৰ ওচৰলৈ লৈ যোৱা
* ‘টীম ডিষ্ট্ৰিক’ ব্যৱস্থাৰ সৃষ্টি
* ‘অসম মালা’ৰ বাবে ভূমি অধিগ্ৰহণ খৰতকীয়া কৰা
* ২ অক্টোবৰৰ পৰা ই-অফিছৰ কাৰ্যকৰীকৰণ

ShareTweetShare

Related Posts

উন্নয়নৰ মানচিত্ৰ
দৃষ্টিভংগী

উন্নয়নৰ মানচিত্ৰ

June 1, 2023
0
সংস্থাপনৰ বাট মুকলি কৰি..
সম্পাদকীয়

সংস্থাপনৰ বাট মুকলি কৰি..

June 1, 2023
0
মুখ্যমন্ত্ৰীৰ বাৰ্তা
মুখ্যমন্ত্ৰীৰ বাৰ্তা

মুখ্যমন্ত্ৰীৰ বাৰ্তা

June 1, 2023
0
কাৰ্বি আংলঙত ২,৫০০ কোটি টকাৰ প্ৰকল্প মুকলি
বিশেষ বাৰ্তা

কাৰ্বি আংলঙত ২,৫০০ কোটি টকাৰ প্ৰকল্প মুকলি

June 1, 2023
0
জীৱন গঢ়াৰ তপস্যা – তপোবন
বাটকটীয়া

জীৱন গঢ়াৰ তপস্যা – তপোবন

June 1, 2023
0
অসম-মেঘালয় সীমা বিবাদ সন্দৰ্ভত গুৰুত্বপূৰ্ণ অগ্ৰগতি
বিশেষ বাৰ্তা

অসম-মেঘালয় সীমা বিবাদ সন্দৰ্ভত গুৰুত্বপূৰ্ণ অগ্ৰগতি

June 1, 2023
0
Load More

By Categories

  • Anniversary Special
  • Assam Budget Special
  • Assam on the Move
  • Best Practices of the States
  • Border Vibes
  • Centre Connects
  • Changemaker
  • Citizen Corner
  • Economy & Finance
  • Editorial
  • English Edition
  • Entrepreneurship
  • Glimpses
  • Hindi Edition
  • INTERVIEW
  • LACHIT DIWAS SPECIAL
  • Lead Story
  • MLA's SPEAK
  • Musings of a Chief Minister
  • News From The State
  • Perspective
  • Special Article
  • Special Feature
  • असम प्रगति के पथ पर
  • असम बजट विशेष
  • आमुख कथा
  • उद्यमिता
  • कानून व्यवस्था
  • केंद्रीय पहल
  • खबरें राज्य से जुड़ीं
  • जनसंपर्क
  • नज़रिया
  • परिवर्तक
  • बिधायक की राय
  • मुख्यमंत्री के विचार
  • राज्यों की बेहतरीन पहल
  • लाचित दिवस विशेष
  • वर्षगांठ विशेषांक
  • वित्त एवं अर्थ व्यवस्था
  • विशेष आलेख
  • विशेष लेख
  • संपादकीय
  • सीमा विवादः पटाक्षेप का प्रयास
  • অনিৰুদ্ধ অসম
  • অন্যান্য ৰাজ্যৰ বাৰ্তা
  • অসম বাজেট বিশেষ
  • অসমীয়া
  • উদ্যমিতা
  • কেন্দ্ৰ-ৰাজ্য সংবাদ
  • জনসম্পৰ্ক
  • দৃষ্টিভংগী
  • প্ৰথম পৃষ্ঠা
  • প্ৰথম বাৰ্তা
  • বৰ্ষপূৰণ বিশেষ
  • বাটকটীয়া
  • বিত্ত আৰু অৰ্থনীতি
  • বিধায়কৰ বাৰ্তা
  • বিশেষ নিবন্ধ
  • বিশেষ বাৰ্তা
  • মুখ্যমন্ত্ৰীৰ বাৰ্তা
  • লাচিত দিৱস বিশেষ
  • সম্পাদকীয়
  • সাক্ষাৎকাৰ
  • সীমান্ত বাৰ্তা
Asom Barta

Asom Barta is Published and Distributed by Directorate of Information and Public Relations, Govt of Assam

Our Social Media

  • About
  • Contact
  • Privacy Policy
  • Subscribe to Newsletter

© 2022 Directorate of Information and Public Relations, Govt of Assam

No Result
View All Result
  • Home
  • Glimpses
  • Newsletter Download
    • Current Issue
      • Asom Barta – English
      • Asom Barta – Assamese
    • Last Month Issue
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
  • Archive
    • April 2023
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • March 2023
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • February 2023
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta- Hindi
    • January 2023
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta -Hindi
    • December 2022
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta -Hindi
    • November 2022
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • October 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • September 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • August 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • July 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • June 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • May 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
  • Editorial Board
  • Language
    • Assamese Edition
    • Hindi Edition
  • About

© 2022 Directorate of Information and Public Relations, Govt of Assam

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In