• About
  • Contact
  • Privacy Policy
  • Subscribe to Newsletter
Tuesday, March 21, 2023
No Result
View All Result
  • Login
Asom Barta
  • Home
  • Glimpses
  • Newsletter Download
    • Current Issue
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • Last Month Issue
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta- Hindi
  • Archive
    • January 2023
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta -Hindi
    • December 2022
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta -Hindi
    • November 2022
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • October 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • September 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • August 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • July 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • June 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • May 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
  • Editorial Board
  • Language
    • Assamese Edition
    • Hindi Edition
  • About
  • Home
  • Glimpses
  • Newsletter Download
    • Current Issue
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • Last Month Issue
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta- Hindi
  • Archive
    • January 2023
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta -Hindi
    • December 2022
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta -Hindi
    • November 2022
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • October 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • September 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • August 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • July 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • June 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • May 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
  • Editorial Board
  • Language
    • Assamese Edition
    • Hindi Edition
  • About
No Result
View All Result
Asom Barta
No Result
View All Result
Home বিধায়কৰ বাৰ্তা

বিধায়কৰ বাৰ্তা

AB Bureau by AB Bureau
October 1, 2022
in অসমীয়া, বিধায়কৰ বাৰ্তা, বিশেষ বাৰ্তা
0
0
বিধায়কৰ বাৰ্তা

প্ৰশ্ন

১. বিধানসভা সমষ্টিৰ সৰ্বাংগীণ উন্নয়নৰ ক্ষেত্ৰত অসম চৰকাৰৰ দৃষ্টিভংগী কেনেধৰণৰ?

২. পথ নিৰ্মাণ, আন্তঃগাঁথনি, অসম দৰ্শন, শিক্ষা আৰু ক্ৰীড়া আদিৰ উন্নয়নৰ ক্ষেত্ৰত আপোনাৰ সমষ্টিৰ কাম-কাজসমূহৰ বিষয়ে জনাব নেকি?

৩. বৰ্তমানৰ চৰকাৰখনে হাতত লোৱা কোনকেইটা পদক্ষেপ আপোনাৰ দৃষ্টিত অধিক জনমুখী?

উৎপল বৰা, বিধায়ক, ৭৮ নম্বৰ গহপুৰ বিধানসভা সমষ্টি

উত্তৰ ১ : অসমৰ এই জনপ্ৰিয় চৰকাৰখনে উন্নয়নৰ বাবে বিভিন্ন আঁচনি গ্ৰহণ কৰি সকলো শ্ৰেণীৰ ৰাইজক আগুৱাই নিয়াৰ ক্ষেত্ৰত বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰি আহিছে৷ অনুসূচিত জাতি-জনজাতি, চাহ জনজাতি আৰু গৰিয়া- মৰিয়া, দেশী লোকসকলৰ সৰ্বাংগীণ উন্নতিৰ বাবে শিক্ষা, ভূমি পট্টা প্ৰদান আৰু আধ্যাত্মিক চিন্তা-চৰ্চাৰ লগতে সু-স্বাস্থ্য গঠনৰ ক্ষেত্ৰত গ্ৰহণ কৰা ভূমিকা গুৰুত্বপূৰ্ণ৷

উত্তৰ ২ : গহপুৰ বিধানসভা সমষ্টিত অসম চৰকাৰৰ গড়কাপ্টানী বিভাগ (পথ)ৰ অধীনত বিভিন্ন পুঁজিৰ জৰিয়তে বৰ্তমানলৈকে ২০০ৰো অধিক পথ পকীকৰণ আৰু ব্লক ইটাৰে নিৰ্মাণ কৰা হৈছে৷ ছিগনেচাৰ প্ৰজেক্টৰ অধীনত ঘাহিগাঁৱত দহ কোটি টকাৰে এটা ষ্টেডিয়াম নিৰ্মাণৰ কাম চলি থকাৰ লগতে বৰঙাবাৰীত এখন নাৰ্ছিং প্ৰশিক্ষণ কলেজৰ কাম দ্ৰুতগতিত চলি আছে৷ অসম দৰ্শন আঁচনিৰ অধীনত ১৭৫টা নামঘৰ, বাথৌ মন্দিৰ আৰু গিৰ্জাৰ আন্তঃগাঁথনিৰ উন্নয়ন কৰা হৈছে৷ লগতে, চাৰি কোটি টকা ব্যয়সাপেক্ষে ঐতিহাসিক শ্ৰীশ্ৰীমা কল্যাণী দেৱালয়ক আধ্যাত্মিক পৰ্যটনস্থলীলৈ উন্নীতকৰণৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে৷ শিক্ষাৰ ক্ষেত্ৰত প্ৰায় ১৫ কোটি টকা ব্যয়েৰে আমাৰ সমষ্টিৰ উচ্চশিক্ষাৰ কেন্দ্ৰ ছয়দুৱাৰ মহাবিদ্যালয় আৰু কলাবাৰী মহাবিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়ন কৰা হৈছে৷ ঐতিহ্যপূৰ্ণ গহপুৰ বৰপুখুৰীৰ সৌন্দৰ্যবৰ্ধনৰ কাম সম্পূৰ্ণ কৰা হৈছে৷ লগতে ১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনত ব্ৰিটিছৰ গুলীত শ্বহীদ হোৱা কনকলতা বৰুৱা আৰু মুকুন্দ কাকতিৰ স্মৃতি বিজড়িত গহপুৰ থানাখনক এক পৰ্যটনস্থলীলৈ ৰূপান্তৰ কৰা হৈছে৷ এশখন বিছনাযুক্ত গহপুৰ মহকুমা অসামৰিক চিকিৎসালয়খন যোৱা ২০ ছেপ্টেম্বৰত মাননীয় মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মুকলি কৰে৷

উত্তৰ ৩ : অসম চৰকাৰে ৰাজ্যৰ বিভিন্ন উগ্ৰপন্থী সংগঠনসমূহক মূলসুঁতিলৈ ঘূৰাই আনি সমাজত শান্তি প্ৰতিষ্ঠা কৰিছে৷ ড্ৰাগছৰ বিৰুদ্ধেও চৰকাৰখনৰ পদক্ষেপ প্ৰশংসনীয়৷ মিছন বসুন্ধৰা, স্বাস্থ্য খণ্ডৰ উন্নয়ন, চাহ বাগিচা আদৰ্শ বিদ্যালয়, মাইক্ৰ’ফাইনেঞ্চৰ ঋণ ৰেহাই, অৰুণোদয় আঁচনি, দিব্যাংগসকললৈ মাহিলি জলপানি, স্বচ্ছ আৰু নিকা নিযুক্তি ব্যৱস্থা, গুণোৎসৱ, মিছন ভূমিপুত্ৰ, মিছন সদ্ভাৱনা, দুৰ্নীতি নিবাৰণ আৰু উৎকোচৰ বিৰুদ্ধে পদক্ষেপ অতি প্ৰসংশনীয়৷

জিতু গোস্বামী, বিধায়ক, ৮৭ নম্বৰ বঢ়মপুৰ বিধানসভা সমষ্টি

উত্তৰ ১ : মাননীয় মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰখনে অসমৰ সকলো বিধায়ককে উন্নয়নমূলক কাম-কাজৰ বাবে এক নতুন দিগদৰ্শন প্ৰদান কৰিছে৷ শিক্ষা, স্বাস্থ্য, পথ, আন্তঃগাঁথনি আদি উন্নয়নৰ ক্ষেত্ৰত চৰকাৰখনে সামগ্ৰিকভাৱে সকলোকে সাঙুৰি লৈছে৷ প্ৰত্যেকটো সমষ্টিয়ে সমগুৰুত্ব লাভ কৰাৰ এক উল্লেখ্য উদাহৰণ হ’ল প্ৰায় প্ৰতি সমষ্টিয়ে দহোধিক অংগনৱাড়ী কেন্দ্ৰ উন্নয়নৰ বাবে অনুমোদন লাভ কৰিছে৷

উত্তৰ ২ : আমাৰ বঢ়মপুৰ সমষ্টিত ১২টা অংগনৱাড়ী উন্নয়নৰ কাম কৰিছোঁ৷ নতুন বিধায়কসকলৰ বাবে আগবঢ়োৱা ১০ কোটি টকাৰ পুঁজিৰে গোমোঠা গাঁৱৰ পৰা চাপানলালৈ নিৰ্মাণ কৰি থকা পথটো প্ৰায় সম্পূৰ্ণ হৈছে৷ লগতে, গ্ৰামীণ আন্তঃগাঁথনি উন্নয়নৰ উদ্দেশ্যে ভিতৰুৱা পথসমূহৰ নিৰ্মাণ হৈ আছে৷ গুৰুত্বপূৰ্ণ কথাটো হ’ল যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিভিন্ন আঁচনিৰ অধীনত মোৰ সমষ্টিত ৫০ কিল’মিটাৰ পথৰ পকীকৰণৰ তথা উন্নীতকৰণৰ বাবে অনুমোদন আগবঢ়াইছে৷ অসম দৰ্শনৰ অধীনত ৬০টা নামঘৰলৈ অনুদান আগবঢ়োৱা হৈছে৷ মহা মৃত্যুঞ্জয় মন্দিৰভাগৰ উন্নয়নৰ বাবে ২ কোটি টকাৰ অনুদান আগবঢ়োৱা হৈছে৷ ক্ৰীড়াৰ ক্ষেত্ৰত ছিগনেচাৰ প্ৰজেক্টৰ এটা ষ্টেডিয়াম নিৰ্মাণ কৰি থকা হৈছে৷ এখন ক্ৰিক্ৰেট একাডেমী স্থাপনৰ বাবে অসম ক্ৰিকেট সংস্থাক ২৫ বিঘা মাটি আবণ্টন দিয়া হৈছে৷ কামপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ক বিধায়কৰ আদৰ্শ বিদ্যালয় কৰি তোলা হ’ব৷ কন্দলি চাহ বাগিচাত এখন চাহ বাগিচা আদৰ্শ বিদ্যালয় উদ্বোধন কৰা হৈছে৷ নগাঁও চিকিৎসা মহাবিদ্যালয়ৰ কামো পুৰ্ণ পৰ্যায়ত চলি আছে৷

উত্তৰ ৩ : অৰুণোদয় আঁচনিয়ে সঁচা অৰ্থত অসমৰ ৰাইজক লাভান্বিত কৰিছে৷ অটল অমৃত অভিযানে ৰাইজক সকাহ প্ৰদান কৰিছে৷ মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ সদ্ব্যৱহাৰ হোৱাটো আন এক উল্লেখনীয় পদক্ষেপ৷ স্বচ্ছ আৰু নিকা ব্যৱস্থাৰ নিযুক্তিৰে চৰকাৰখনে ৰাইজৰ আশিস বুটলিছে৷ চৰকাৰখনৰ প্ৰতিখন আঁচনিয়েই হৈছে জনমুখী আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই আঁচনিসমূহ ৰাইজৰ ওচৰলৈ গৈ পোৱাটো সুনিশ্চিত কৰিছে৷

ShareTweetShare

Related Posts

Ganga Vilas docks on Assam’s shore
বিশেষ বাৰ্তা

গংগা বিলাস : বগীবিলত যাত্ৰা সম্পূৰ্ণ কৰিলে বিশ্বৰ দীৰ্ঘতম নদী জাহাজে

March 3, 2023
576
Assam’s Bihu shot at Guinness
বিশেষ বাৰ্তা

বিহুটিক গীনিজ বুকৰ পৃষ্ঠাত খোদিত কৰাৰ লক্ষ্য

March 2, 2023
997
‘These two days are special’
বিধায়কৰ বাৰ্তা

মাতৃ-পিতৃ বন্দনা : দুটা বিশেষ দিন

March 2, 2023
688
Vety Dept to be revamped : CM
বিশেষ বাৰ্তা

পুনৰুজ্জীৱিত কৰা হ’ব পশু চিকিৎসা বিভাগক : মুখ্যমন্ত্ৰী

March 2, 2023
675
Yunus opens BTR Knowledge Fest
বিশেষ বাৰ্তা

বড়োলেণ্ডত আন্তঃৰাষ্ট্ৰীয় জ্ঞান মহোৎসৱৰ শুভাৰম্ভণি

March 2, 2023
793
Over 41 lakh evaluated in Gunotsav 2023
বিশেষ বাৰ্তা

গুণোৎসৱ ২০২৩ৰ সফল সমাপ্তি

March 2, 2023
721
Load More

By Categories

  • Assam on the Move
  • Best Practices of the States
  • Border Vibes
  • Centre Connects
  • Citizen Corner
  • Economy & Finance
  • Editorial
  • English Edition
  • Entrepreneurship
  • Glimpses
  • Hindi Edition
  • INTERVIEW
  • LACHIT DIWAS SPECIAL
  • Lead Story
  • MLA's SPEAK
  • Musings of a Chief Minister
  • News From The State
  • Perspective
  • Special Feature
  • असम प्रगति के पथ पर
  • आमुख कथा
  • उद्यमिता
  • कानून व्यवस्था
  • केंद्रीय पहल
  • खबरें राज्य से जुड़ीं
  • जनसंपर्क
  • नज़रिया
  • बिधायक की राय
  • मुख्यमंत्री के विचार
  • राज्यों की बेहतरीन पहल
  • लाचित दिवस विशेष
  • वित्त एवं अर्थ व्यवस्था
  • विशेष आलेख
  • संपादकीय
  • सीमा विवादः पटाक्षेप का प्रयास
  • অনিৰুদ্ধ অসম
  • অন্যান্য ৰাজ্যৰ বাৰ্তা
  • অসমীয়া
  • উদ্যমিতা
  • কেন্দ্ৰ-ৰাজ্য সংবাদ
  • জনসম্পৰ্ক
  • দৃষ্টিভংগী
  • প্ৰথম পৃষ্ঠা
  • প্ৰথম বাৰ্তা
  • বিত্ত আৰু অৰ্থনীতি
  • বিধায়কৰ বাৰ্তা
  • বিশেষ বাৰ্তা
  • মুখ্যমন্ত্ৰীৰ বাৰ্তা
  • লাচিত দিৱস বিশেষ
  • সম্পাদকীয়
  • সাক্ষাৎকাৰ
  • সীমান্ত বাৰ্তা
Asom Barta

Asom Barta is Published and Distributed by Directorate of Information and Public Relations, Govt of Assam

Our Social Media

  • About
  • Contact
  • Privacy Policy
  • Subscribe to Newsletter

© 2022 Directorate of Information and Public Relations, Govt of Assam

No Result
View All Result
  • Home
  • Glimpses
  • Newsletter Download
    • Current Issue
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • Last Month Issue
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta- Hindi
  • Archive
    • January 2023
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta -Hindi
    • December 2022
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta -Hindi
    • November 2022
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • October 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • September 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • August 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • July 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • June 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • May 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
  • Editorial Board
  • Language
    • Assamese Edition
    • Hindi Edition
  • About

© 2022 Directorate of Information and Public Relations, Govt of Assam

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In