• About
  • Contact
  • Privacy Policy
  • Subscribe to Newsletter
Thursday, February 2, 2023
No Result
View All Result
  • Login
Asom Barta
  • Home
  • Glimpses
  • Newsletter Download
    • Current Issue
      • Asom Barta – English
      • Asom Barta – Assamese
    • Last Month Issue
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta -Hindi
  • Archive
    • December 2022
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta -Hindi
    • November 2022
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • October 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • September 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • August 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • July 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • June 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • May 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
  • Editorial Board
  • Language
    • Assamese Edition
    • Hindi Edition
  • About
  • Home
  • Glimpses
  • Newsletter Download
    • Current Issue
      • Asom Barta – English
      • Asom Barta – Assamese
    • Last Month Issue
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta -Hindi
  • Archive
    • December 2022
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta -Hindi
    • November 2022
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • October 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • September 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • August 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • July 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • June 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • May 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
  • Editorial Board
  • Language
    • Assamese Edition
    • Hindi Edition
  • About
No Result
View All Result
Asom Barta
No Result
View All Result
Home অনিৰুদ্ধ অসম

প্ৰতিদানৰ অঞ্জলি : বিদ্যাঞ্জলি ২.০

AB Bureau by AB Bureau
October 1, 2022
in অনিৰুদ্ধ অসম, অসমীয়া
0
0
প্ৰতিদানৰ অঞ্জলি : বিদ্যাঞ্জলি ২.০

সমাজৰ প্ৰতিজন সচেতন ব্যক্তিয়ে তেওঁৰ আপোন বিদ্যালয়খনৰ শৈক্ষিক পৰিৱেশ সদায় সুন্দৰ হৈ থকাটো বিচাৰে৷ নিজ বিদ্যালয়খনৰ সৈতে প্ৰত্যোকজন ব্যক্তিৰে বহুতো আবেগ আৰু স্মৃতি জড়িত হৈ থাকে আৰু সেই বিশেষ বিদ্যালয়খনৰ সৈতে সংযুক্ত হৈ কিবা এটা কৰাৰ সুযোগ লাভ কৰিলে গৌৰৱবোধ কৰে৷

৭ ছেপ্টেম্বৰ ২০২১ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ শিক্ষা ব্যৱস্থাক অধিক প্ৰসাৰিত কৰাৰ লগতে শিক্ষাৰ মান উন্নীতকৰণৰ বাবে বিদ্যাঞ্জলি ২.০ প’ৰ্টেল মুকলি কৰিছিল৷ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী, অৱসৰপ্ৰাপ্ত শিক্ষক, চৰকাৰী বিষয়া তথা কৰ্মচাৰী, ব্যক্তিগত সংস্থা, যুৱ পেছাদাৰী আৰু সমাজৰ অন্যান্য লোকৰ স্বেচ্ছামূলক সহযোগিতাৰে বিদ্যালয়সমূহৰ সবলীকৰণৰ উদ্দেশ্যৰে ভাৰত চৰকাৰৰ শিক্ষা মন্ত্ৰ্যালয়ৰ অধীনত এই আঁচনিৰ ৰূপায়ণ কৰা হৈছিল৷

“কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা ৰূপায়িত এই আঁচনিয়ে ৰাজ্যত যথেষ্ট সমাদৰ লাভ কৰিছে৷ সমাজৰ বিভিন্ন শ্ৰেণীৰ লোকে স্বেচ্ছাই এই প’ৰ্টেলত নিজৰ নাম পঞ্জীয়ন কৰি বিদ্যালয়সমূহলৈ অনুদান আগবঢ়াবলৈ আগ্ৰহ প্ৰকাশ কৰিছে৷ পঞ্জীয়নৰ ক্ষেত্ৰত আমাৰ ৰাজ্যখনে দেশৰ ভিতৰতে শীৰ্ষস্থান দখল কৰিবলৈ সক্ষম হৈছে৷ ৰাইজৰ সহায়-সহযোগিতাই বিদ্যালয়সমূহত শিক্ষাৰ মান অধিক উন্নত কৰি তোলাত সহায় কৰিব৷” অসম সৰ্ব শিক্ষা অভিযানৰ ৰাজ্যিক অনুষ্ঠান বিষয়া ড° চুমি বৰঠাকুৰে অসম বাৰ্তাক কয়৷

ইউনিফাইড ডিষ্ট্ৰিক্ট ইনফৰমেশ্যন ছীষ্টেম ফৰ এডুকেশ্যন প্লাছ (UDISE+) কোডযুক্ত প্ৰতিখন বিদ্যালয়ে বিদ্যাঞ্জলি ২.০ প’ৰ্টেলত পঞ্জীয়ন কৰিব পাৰে৷ এই প’ৰ্টেলৰ জৰিয়তে স্বেচ্ছাসেৱকসকলে তেওঁলোকৰ পছন্দৰ প্ৰতিখন চৰকাৰী আৰু চৰকাৰী সাহায্যপ্ৰাপ্ত বিদ্যালয়সমূহৰ সৈতে প্ৰত্যক্ষভাৱে সংযোগ স্থাপন কৰি ছাত্ৰ-ছাত্ৰীসকলক পাঠদান কৰোৱাৰ লগতে বিভিন্ন দক্ষতামূলক কাৰ্যসূচী ৰূপায়ণ কৰিব পাৰে৷ তদুপৰি বিদ্যালয়সমূহত প্ৰয়োজনীয় সা-সামগ্ৰী, আচবাব-পত্ৰ তথা অন্যান্য সঁজুলি অৰিহণাস্বৰূপে প্ৰদান কৰিব পাৰে৷

শোণিতপুৰ জিলাৰ চেঙেলীমৰা চৰকাৰী প্ৰাথমিক বালিকা বিদ্যালয়ৰ শিক্ষক হেমন্ত কোঁচে বিদ্যাঞ্জলি ২.০ প’ৰ্টেলৰ জৰিয়তে নিজ বিদ্যালয়তে এখন চিলিং ফেন প্ৰদান কৰিছে৷ “যিহেতু পূৰ্বতে আমাৰ বিদ্যালয়ৰ শ্ৰেণীকোঠাসমূহত ফেনৰ ব্যৱস্থা নাছিল, সেইবাবে গৰমৰ দিনকেইটাত শিক্ষাৰ্থীসকলে যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছিল৷ এই প’ৰ্টেলৰ বিষয়ে অৱগত হোৱাৰ বহু আগতেই আমাৰ বিদ্যালয়ৰ শিক্ষকসকলে প্ৰতিটো শ্ৰেণীকোঠাতে একোখনকৈ ফেন প্ৰদান কৰাৰ কথা আলোচনা কৰিছিলোঁ৷ বিদ্যাঞ্জলি ২.০ প’ৰ্টেলত পঞ্জীয়নভুক্ত কৰাৰ পাছত এতিয়া গাঁৱৰ ৰাইজেও বিদ্যালয়খনলৈ বিভিন্ন ধৰণৰ অনুদান আগবঢ়াবলৈ ইচ্ছা প্ৰকাশ কৰিছে৷ পূৰ্বতেও গাঁওবাসীয়ে অস্থায়ীভাৱে টিনপাতেৰে বিদ্যালয়ৰ চাৰিসীমাৰ দেৱাল নিৰ্মাণত সহায় কৰিছিল৷ এই পদক্ষেপৰ জৰিয়তে এতিয়া ইচ্ছুক সকলোৱে বিদ্যালয়খনৰ চাৰিসীমাৰ স্থায়ী দেৱাল নিৰ্মাণত অৰিহণা যোগাবলৈ সুযোগ লাভ কৰাৰ লগতে অন্যান্য দিশতো ৰাইজৰ অংশগ্ৰহণে আমাৰ বিদ্যালয়খনৰ সৰ্বতোপ্ৰকাৰে উন্নতি সাধন কৰিব বুলি আমি আশাবাদী,”তেওঁ কয়৷

উল্লেখ্য যে শিৱসাগৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়ৰ ১৯৮৭ বৰ্ষৰ উচ্চ মাধ্যমিকৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলে শিক্ষক-শিক্ষয়িত্ৰীৰ জিৰণি কোঠাৰ উন্নীতকৰণৰ বাবে বিদ্যাঞ্জলি ২.০ৰ অধীনত ১০০ খন চকী-মেজ প্ৰদান কৰে৷ একেদৰেই ৰাজধৰ বড়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ১৯৮৫ বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলে বিদ্যালয়খনৰ পুথিভঁৰাল উন্নীতকৰণৰ বাবে আলমাৰী, চকী-মেজ, কিতাপৰ লগতে অন্যান্য প্ৰয়োজনীয় সামগ্ৰী প্ৰদান কৰে৷

একেদৰেই শোণিতপুৰ জিলাৰ এখন ব্যক্তিগত বিদ্যালয়ৰ শিক্ষয়িত্ৰী জোনালী ঝৰাইও এই প’ৰ্টেলত নিজৰ নাম পঞ্জীয়ন কৰি লুথেৰান হাইস্কুললৈ এখন চিলিং ফেন প্ৰদান কৰিছে৷ “সমাজৰ কাৰণে কাম কৰি যাবলৈ মই ইচ্ছুক আৰু যেতিয়াই তেনে কোনো সুযোগ লাভ কৰোঁ তেতিয়া নিজ সাধ্য অনুসৰি সেৱা আগবঢ়াবলৈ চেষ্টা কৰোঁ৷ বিদ্যাঞ্জলি ২.০ৰ জৰিয়তে বিদ্যালয়খনত প্ৰয়োজনীয় এবিধ সামগ্ৰী দিবলৈ সুযোগ লাভ কৰিলোঁ৷ আমাৰ পৰিয়ালৰ প্ৰায়সংখ্যক লোকেই এই বিদ্যালয়খনতে শিক্ষাগ্ৰহণ কৰিছিল৷ সেইবাবে বিদ্যালয়খনলৈ এটি অৱদান আগবঢ়োৱাৰ মোৰ দুৰ্বাৰ হেঁপাহ আছিল৷ চৰকাৰৰ এই পদক্ষেপ সঁচাকৈয়ে প্ৰশংসনীয়৷ এই প’ৰ্টেলৰ জৰিয়তে দূৰণিত বাস কৰা লোকসকলেও বিদ্যালয়সমূহৰ সৈতে সংযুক্ত হৈ যিকোনো ধৰণৰ বৰঙণি আগবঢ়াব পাৰিব,” তেওঁ অসম বাৰ্তাক কয়৷

ShareTweetShare

Related Posts

যাত্ৰাপথত দৃঢ়তাৰে অগ্ৰসৰ
সম্পাদকীয়

যাত্ৰাপথত দৃঢ়তাৰে অগ্ৰসৰ

February 2, 2023
0
পাহাৰৰ জিলমিল চহৰখনৰ মৈদামবোৰ
দৃষ্টিভংগী

পাহাৰৰ জিলমিল চহৰখনৰ মৈদামবোৰ

February 2, 2023
0
বিভাগসমূহৰ ইটো-সিটো 
অসমীয়া

বিভাগসমূহৰ ইটো-সিটো 

February 2, 2023
0
মেধাৰ সপোন অন্বেষণ আৰু এগৰাকী বিধায়কৰ প্ৰয়াস
বিধায়কৰ বাৰ্তা

মেধাৰ সপোন অন্বেষণ আৰু এগৰাকী বিধায়কৰ প্ৰয়াস

February 2, 2023
0
স্বাৱলম্বী নাৰীৰ জীৱন্ত গাথা: ইমা কেইথেল
অন্যান্য ৰাজ্যৰ বাৰ্তা

স্বাৱলম্বী নাৰীৰ জীৱন্ত গাথা: ইমা কেইথেল

February 2, 2023
0
Slew of projects set to transform city
অনিৰুদ্ধ অসম

ন-ৰূপত জিলিক উঠিব ৰাজধানী চহৰখন

February 2, 2023
0
Load More

By Categories

  • Assam on the Move
  • Best Practices of the States
  • Border Vibes
  • Centre Connects
  • Citizen Corner
  • Economy & Finance
  • Editorial
  • English Edition
  • Entrepreneurship
  • Glimpses
  • Hindi Edition
  • INTERVIEW
  • LACHIT DIWAS SPECIAL
  • Lead Story
  • MLA's SPEAK
  • Musings of a Chief Minister
  • News From The State
  • Perspective
  • Special Feature
  • असम प्रगति के पथ पर
  • आमुख कथा
  • उद्यमिता
  • कानून व्यवस्था
  • केंद्रीय पहल
  • खबरें राज्य से जुड़ीं
  • जनसंपर्क
  • नज़रिया
  • बिधायक की राय
  • मुख्यमंत्री के विचार
  • राज्यों की बेहतरीन पहल
  • लाचित दिवस विशेष
  • वित्त एवं अर्थ व्यवस्था
  • विशेष आलेख
  • संपादकीय
  • सीमा विवादः पटाक्षेप का प्रयास
  • অনিৰুদ্ধ অসম
  • অন্যান্য ৰাজ্যৰ বাৰ্তা
  • অসমীয়া
  • উদ্যমিতা
  • কেন্দ্ৰ-ৰাজ্য সংবাদ
  • জনসম্পৰ্ক
  • দৃষ্টিভংগী
  • প্ৰথম পৃষ্ঠা
  • প্ৰথম বাৰ্তা
  • বিত্ত আৰু অৰ্থনীতি
  • বিধায়কৰ বাৰ্তা
  • বিশেষ বাৰ্তা
  • মুখ্যমন্ত্ৰীৰ বাৰ্তা
  • লাচিত দিৱস বিশেষ
  • সম্পাদকীয়
  • সাক্ষাৎকাৰ
  • সীমান্ত বাৰ্তা
Asom Barta

Asom Barta is Published and Distributed by Directorate of Information and Public Relations, Govt of Assam

Our Social Media

  • About
  • Contact
  • Privacy Policy
  • Subscribe to Newsletter

© 2022 Directorate of Information and Public Relations, Govt of Assam

No Result
View All Result
  • Home
  • Glimpses
  • Newsletter Download
    • Current Issue
      • Asom Barta – English
      • Asom Barta – Assamese
    • Last Month Issue
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta -Hindi
  • Archive
    • December 2022
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta -Hindi
    • November 2022
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • October 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • September 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • August 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • July 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • June 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • May 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
  • Editorial Board
  • Language
    • Assamese Edition
    • Hindi Edition
  • About

© 2022 Directorate of Information and Public Relations, Govt of Assam

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In