• About
  • Contact
  • Privacy Policy
  • Subscribe to Newsletter
Sunday, April 2, 2023
No Result
View All Result
  • Login
Asom Barta
  • Home
  • Glimpses
  • Newsletter Download
    • Current Issue
      • Asom Barta – English
      • Asom Barta – Assamese
    • Last Month Issue
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
  • Archive
    • February 2023
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta- Hindi
    • January 2023
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta -Hindi
    • December 2022
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta -Hindi
    • November 2022
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • October 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • September 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • August 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • July 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • June 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • May 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
  • Editorial Board
  • Language
    • Assamese Edition
    • Hindi Edition
  • About
  • Home
  • Glimpses
  • Newsletter Download
    • Current Issue
      • Asom Barta – English
      • Asom Barta – Assamese
    • Last Month Issue
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
  • Archive
    • February 2023
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta- Hindi
    • January 2023
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta -Hindi
    • December 2022
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta -Hindi
    • November 2022
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • October 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • September 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • August 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • July 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • June 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • May 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
  • Editorial Board
  • Language
    • Assamese Edition
    • Hindi Edition
  • About
No Result
View All Result
Asom Barta
No Result
View All Result
Home অনিৰুদ্ধ অসম

ইতিহাসৰ বাটকুৰি বাই ঐতিহ্যমণ্ডিত চৰাইদেউলৈ

AB Bureau by AB Bureau
February 2, 2023
in অনিৰুদ্ধ অসম, অসমীয়া, প্ৰথম পৃষ্ঠা
0
0
ইতিহাসৰ বাটকুৰি বাই ঐতিহ্যমণ্ডিত চৰাইদেউলৈ

২৩ জানুৱাৰীৰ দিনটো হয়তো অসম পুৰাতাত্ত্বিক সঞ্চালকালয়ৰ সঞ্চালক ড° দিপী ৰেখা কৌলীৰ বাবে পেছাদাৰী জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দিন আছিল৷ সেই দিনটোতে ড° কৌলীয়ে জানিবলৈ পাইছিল যে তেখেতৰ লগতে তেখেতৰ বিভাগ আৰু অন্যান্য পক্ষই সন্মিলিত প্ৰচেষ্টাৰে সুদীৰ্ঘ ন বছৰ ধৰি চলাই থকা প্ৰচেষ্টাই এটি বিশেষ ৰূপ পোৱাৰ দিশত অগ্ৰসৰ হৈছে৷ আপুনিও হয়তো এই বাতৰি পাইছে যে ইউনেস্ক’ ঐতিহ্য ক্ষেত্ৰৰ তালিকাত স্বীকৃতি লাভৰ উদ্দেশ্যে কেন্দ্ৰীয় চৰকাৰে চৰাইদেউৰ মৈদামসমূহক মনোনীত কৰাৰ সিদ্ধান্ত লৈছে৷

“চৰাইদেউৰ মৈদামলৈ ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতিৰ বাবে আমাৰ প্ৰচেষ্টা আৰম্ভ হৈছিল ২০১৪ চনতে৷ ২০১৭-১৮ আৰু ২০১৮-১৯ বৰ্ষত, কোনো সাংস্কৃতিক তথা ঐতিহাসিক স্থানৰ বাবে ডচিয়েৰ কিদৰে প্ৰস্তুত কৰিব লাগে সেই বিষয়ে আমি ইউনেস্ক’ৰ পেৰিছ কাৰ্যালয়ৰ পৰা প্ৰয়োজনীয় নীতি-নিৰ্দেশনা লাভ কৰিছিলোঁ৷ ২০১৯ চনত আমি ৰাজ্য চৰকাৰৰ পৰা এটি সন্তোষজনক পৰিমাণৰ বিত্তীয় সহযোগিতা লাভ কৰোঁ৷ আমি ভাৰতীয় পুৰাতাত্ত্বিক জৰীপ বিভাগ (এ এছ আই)ৰ প্ৰাক্তন সঞ্চালক ড° কে চি নৌৰিয়ালক চৰাইদেউৰ মৈদামৰ সাংস্কৃতিক দিশ আৰু ৰাজ্যখনৰ এগৰাকী অগ্ৰণী ইতিহাসবিদ অধ্যাপক জে এন ফুকনক মৈদামসমূহৰ ঐতিহাসিক ভিত্তি আৰু গৌৰৱৰ বিষয়ে তথ্য প্ৰদান কৰাত আমাক সহায় কৰিবলৈ আহ্বান জনাওঁ,” কৌলীয়ে অসম বাৰ্তাক কয়৷

তেওঁ কয় যে ড° নৌৰিয়াল আৰু অধ্যাপক ফুকনৰ লগতে এ এছ আইৰ প্ৰাক্তন অতিৰিক্ত সঞ্চালকপ্ৰধান (সুৰক্ষা/সংৰক্ষণ আৰু বৈজ্ঞানিক সংৰক্ষণ) জাহ্নৱী শৰ্মাই চৰাইদেউ মৈদামৰ চূড়ান্ত ডচিয়েৰ প্ৰস্তুত কৰাত তেওঁলোকক সহায়-সহযোগিতা আগবঢ়াইছে৷

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ মতে বহুকাংক্ষিত এই স্বীকৃতি লাভৰ বিবেচনাৰ বাবে অহা আন ৫২টা ডচিয়েৰৰ ভিতৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই ডচিয়েৰটো বাছনি কৰিছিল৷

“প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়, কেন্দ্ৰীয় সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰ্যালয় আৰু এ এছ আইৰ সঞ্চালকপ্ৰধানে মোক এই গুৰুত্বপূৰ্ণ বাতৰিটো লগতে পেৰিছত মনোনয়ন দাখিলৰ বিষয়েও অৱগত কৰে,” সংবাদ মাধ্যমৰ সৈতে হোৱা এক বাৰ্তালাপত ড° শৰ্মাই কয়৷

 “যদিহে বাছনি কৰা হয়, চৰাইদেউৰ ৯০টা ৰাজকীয় সমাধি উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্ৰ সাংস্কৃতিক ঐতিহ্য ক্ষেত্ৰলৈ পৰিণত হ’ব যিয়ে বহুপ্ৰত্যাশিত ইউনেস্ক’ৰ মৰ্যাদা লাভ কৰিব৷ ভাৰতৰ ৫২ আৱেদনকাৰী ক্ষেত্ৰৰ ভিতৰত অসমে মনোনয়ন লাভ কৰাটোৱে অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ সমৃদ্ধ সাংস্কৃতিক ঐতিহ্যৰ প্ৰতি থকা প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ মৰম আৰু সন্মানকে প্ৰতিফলিত কৰিছে,” মুখ্যমন্ত্ৰীয়ে কয়৷

নতুন দিল্লীত অন্য বহুকেইগৰাকী ব্যক্তিৰ সৈতে ইউনেস্ক’ ঐতিহ্য ক্ষেত্ৰ সম্পৰ্কীয় কিছুমান কাম-কাজ সামৰি উভতি অহাৰ পাছত  ড° কৌলীয়ে আমাৰ প্ৰতিৱেদকক এই সম্পৰ্কীয় বিভিন্ন প্ৰয়োজনীয় দিশৰ বিৱৰণ দিয়ে৷ “নিৰ্ধাৰিত সময়ৰ ভিতৰত চৰাইদেউ মৈদামৰ চহকী সাংস্কৃতিক দিশটোৰ সন্দৰ্ভত টোকা প্ৰস্তুত কৰাত ড° নৌৰিয়াল ইমানেই ঐকান্তিক আছিল যে তেওঁ আনকি আমাৰ গুৱাহাটীস্থিত কাৰ্যালয়ৰ অতিথিশালাতো আহি থাকিছিল৷ চূড়ান্ত ডচিয়েৰ প্ৰস্তুত কৰাত ড॰ নৌৰিয়াল আৰু  ড° ফুকন- এই দুয়োগৰাকীৰ যথেষ্ট অৱদান আছে,” তেওঁ কয়৷

ড° কৌলীয়ে বিশেষভাৱে উল্লেখ কৰে যে পুৰাতত্ত্ব সঞ্চালকালয় হৈছে দেশৰ প্ৰথমটো চৰকাৰী সংস্থা যি ইউনেস্ক’ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ মনোনয়নৰ দাখিলৰ উদ্দেশ্যে সাংস্কৃতিক-ঐতিহাসিক স্থানৰ বাবে নিজাববীয়াকৈ ডচিয়েৰ প্ৰস্তুত কৰিছে৷

“প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এই প্ৰদৰ্শনী চাবলৈ উপস্থিত হৈছিল৷ আমাৰ এই সমৃদ্ধ ঐতিহ্যৰ প্ৰতি থকা তেখেতৰ আগ্ৰহৰ বাবে এই মনোনয়ন সম্ভৱ হৈছে৷ ই অসমৰ বাবে অতিকৈ সন্মানৰ বিষয় যে দেশক প্ৰতিনিধিত্ব কৰি বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ মূল্যাংকনৰ বাবে মনোনয়নৰ ডচিয়েৰ ইউনেস্ক’লৈ প্ৰেৰণ কৰাৰ সিদ্ধান্ত কেন্দ্ৰীয় চৰকাৰে লৈছে”

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা

“২০১৯-২০ বৰ্ষৰ ৰাজ্যিক বাজেটত মৈদামসমূহৰ উন্নয়নৰ বাবে আমি ২৫ কোটি টকাৰ আবণ্টন দিছিলোঁ৷ ডচিয়েৰখন প্ৰস্তুত কৰিবলৈ আমি এটা পেছাদাৰী দলক নিযুক্তও কৰিছিলোঁ৷ তদুপৰি, পুৰাতত্ব সঞ্চালকালয়ৰ প্তগৰাকী বিষয়া, ১০গৰাকী গৱেষক আৰু আন বহুতকে সক্ৰিয়তাৰে ডচিয়েৰ প্ৰস্তুত কৰিবলৈ নিয়োজিত কৰা হৈছিল,” মুখ্যমন্ত্ৰী ড° শৰ্মাই সংবাদ মাধ্যমক অৱগত কৰে৷

মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁৰ কেবিনেট সতীৰ্থ কেশৱ মহন্তৰ সৈতে শেহতীয়াকৈ কেন্দ্ৰীয় সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰীক সাক্ষাৎ কৰি ৰাজ্য চৰকাৰৰ পদক্ষেপৰ বিষয়ে অৱগত কৰাৰ কথা উল্লেখ কৰি ড° শৰ্মাই কয় “অস্থায়ী তালিকাৰ পৰা মনোনয়নৰ মৰ্যাদা প্ৰাপ্তিৰ বাবে ডচিয়েৰখনক ন বছৰ সময় লাগিছিল আৰু অৱশেষত এই মনোনয়ন কেৱল প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ উদ্যোগৰ বাবেহে সম্ভৱপৰ হৈ উঠিল৷”

সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে যোৱা বছৰৰ নৱেম্বৰত আহোম সেনাপতি লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জয়ন্তী উদযাপনৰ সময়ছোৱাত নতুন দিল্লীস্থিত বিজ্ঞান ভৱনত অনুষ্ঠিত এখন প্ৰদৰ্শনীত ’মৈদাম’ৰ এটা আৰ্হিও অন্তৰ্ভুক্ত কৰা হৈছিল, য’ত টাই-আহোমসকলৰ অনন্য সমাধি স্থাপত্য আৰু পৰম্পৰাক ফুটাই তোলা হৈছিল৷

“প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এই প্ৰদৰ্শনী চাবলৈ উপস্থিত হৈছিল৷ আমাৰ এই সমৃদ্ধ ঐতিহ্যৰ প্ৰতি থকা তেখেতৰ আগ্ৰহৰ বাবে এই মনোনয়ন সম্ভৱ হৈছে৷ ই অসমৰ বাবে অতিকৈ সন্মানৰ বিষয় যে দেশক প্ৰতিনিধিত্ব কৰি বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ মূল্যাংকনৰ বাবে মনোনয়নৰ ডচিয়েৰ ইউনেস্ক’লৈ প্ৰেৰণ কৰাৰ সিদ্ধান্ত কেন্দ্ৰীয় চৰকাৰে লৈছে,” মুখ্যমন্ত্ৰীয়ে কয়৷

“ছেপ্টেম্বৰত ইউনেস্ক’ৰ বিষয়া আৰু বিশেষজ্ঞৰ এটা দলে চৰাইদেউত মৈদামলৈ গৈ মূল্যাংকন কৰিব,” ড° শৰ্মাই লগতে কয়৷

বৰ্তমানে দেশত স্থিত ৩২টা বিশ্ব ঐতিহ্য ক্ষেত্ৰ (সাংস্কৃতিক)ৰ ভিতৰত উত্তৰ-পূবৰ পৰা কোনো স্থান অন্তৰ্ভুক্ত হোৱা নাই৷ অৱশ্যে, প্ৰাকৃতিক শ্ৰেণীৰ অধীনত থকা ভাৰতৰ সাতটা বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ ভিতৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু মানাহ বন্যপ্ৰাণী অভয়াৰণ্যৰ নামো সন্নিৱিষ্ট হৈছে৷

ShareTweetShare

Related Posts

এখন সৰ্বাংগসুন্দৰ বাজেট

এখন সৰ্বাংগসুন্দৰ বাজেট

April 1, 2023
0
ৰূপান্তৰৰ নৱ উন্মেষেৰে ‘উজ্জীৱিত অসম’ৰ বাজেট
অসম বাজেট বিশেষ

ৰূপান্তৰৰ নৱ উন্মেষেৰে ‘উজ্জীৱিত অসম’ৰ বাজেট

April 1, 2023
0
বাজেটত সম-উন্নয়নৰ প্ৰত্যাশা
সম্পাদকীয়

বাজেটত সম-উন্নয়নৰ প্ৰত্যাশা

April 1, 2023
0
ৰাজ্যপাল, মুখ্যমন্ত্ৰী, অসম মন্ত্ৰীসভাৰ ৰাষ্ট্ৰীয় স্মাৰক পৰিভ্ৰমণ
বিশেষ বাৰ্তা

ৰাজ্যপাল, মুখ্যমন্ত্ৰী, অসম মন্ত্ৰীসভাৰ ৰাষ্ট্ৰীয় স্মাৰক পৰিভ্ৰমণ

April 1, 2023
0
অৰ্কিডৰ ফুলনিত এজন অৰ্কিড মানৱ
বাটকটীয়া

অৰ্কিডৰ ফুলনিত এজন অৰ্কিড মানৱ

April 1, 2023
0
বিধায়কৰ দৃষ্টিত অসম বাজেট ২০২৩-২৪
অসম বাজেট বিশেষ

বিধায়কৰ দৃষ্টিত অসম বাজেট ২০২৩-২৪

April 1, 2023
0
Load More

By Categories

  • Assam Budget Special
  • Assam on the Move
  • Best Practices of the States
  • Border Vibes
  • Centre Connects
  • Changemaker
  • Citizen Corner
  • Economy & Finance
  • Editorial
  • English Edition
  • Entrepreneurship
  • Glimpses
  • Hindi Edition
  • INTERVIEW
  • LACHIT DIWAS SPECIAL
  • Lead Story
  • MLA's SPEAK
  • Musings of a Chief Minister
  • News From The State
  • Perspective
  • Special Feature
  • असम प्रगति के पथ पर
  • आमुख कथा
  • उद्यमिता
  • कानून व्यवस्था
  • केंद्रीय पहल
  • खबरें राज्य से जुड़ीं
  • जनसंपर्क
  • नज़रिया
  • बिधायक की राय
  • मुख्यमंत्री के विचार
  • राज्यों की बेहतरीन पहल
  • लाचित दिवस विशेष
  • वित्त एवं अर्थ व्यवस्था
  • विशेष आलेख
  • संपादकीय
  • सीमा विवादः पटाक्षेप का प्रयास
  • অনিৰুদ্ধ অসম
  • অন্যান্য ৰাজ্যৰ বাৰ্তা
  • অসম বাজেট বিশেষ
  • অসমীয়া
  • উদ্যমিতা
  • কেন্দ্ৰ-ৰাজ্য সংবাদ
  • জনসম্পৰ্ক
  • দৃষ্টিভংগী
  • প্ৰথম পৃষ্ঠা
  • প্ৰথম বাৰ্তা
  • বাটকটীয়া
  • বিত্ত আৰু অৰ্থনীতি
  • বিধায়কৰ বাৰ্তা
  • বিশেষ বাৰ্তা
  • মুখ্যমন্ত্ৰীৰ বাৰ্তা
  • লাচিত দিৱস বিশেষ
  • সম্পাদকীয়
  • সাক্ষাৎকাৰ
  • সীমান্ত বাৰ্তা
Asom Barta

Asom Barta is Published and Distributed by Directorate of Information and Public Relations, Govt of Assam

Our Social Media

  • About
  • Contact
  • Privacy Policy
  • Subscribe to Newsletter

© 2022 Directorate of Information and Public Relations, Govt of Assam

No Result
View All Result
  • Home
  • Glimpses
  • Newsletter Download
    • Current Issue
      • Asom Barta – English
      • Asom Barta – Assamese
    • Last Month Issue
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
  • Archive
    • February 2023
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta- Hindi
    • January 2023
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta -Hindi
    • December 2022
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta -Hindi
    • November 2022
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • October 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • September 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • August 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • July 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • June 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • May 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
  • Editorial Board
  • Language
    • Assamese Edition
    • Hindi Edition
  • About

© 2022 Directorate of Information and Public Relations, Govt of Assam

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In