• About
  • Contact
  • Privacy Policy
  • Subscribe to Newsletter
Sunday, April 2, 2023
No Result
View All Result
  • Login
Asom Barta
  • Home
  • Glimpses
  • Newsletter Download
    • Current Issue
      • Asom Barta – English
      • Asom Barta – Assamese
    • Last Month Issue
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
  • Archive
    • February 2023
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta- Hindi
    • January 2023
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta -Hindi
    • December 2022
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta -Hindi
    • November 2022
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • October 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • September 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • August 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • July 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • June 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • May 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
  • Editorial Board
  • Language
    • Assamese Edition
    • Hindi Edition
  • About
  • Home
  • Glimpses
  • Newsletter Download
    • Current Issue
      • Asom Barta – English
      • Asom Barta – Assamese
    • Last Month Issue
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
  • Archive
    • February 2023
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta- Hindi
    • January 2023
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta -Hindi
    • December 2022
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta -Hindi
    • November 2022
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • October 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • September 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • August 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • July 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • June 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • May 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
  • Editorial Board
  • Language
    • Assamese Edition
    • Hindi Edition
  • About
No Result
View All Result
Asom Barta
No Result
View All Result
Home অনিৰুদ্ধ অসম

অসম আৰক্ষীৰ দৃঢ় সংকল্প – ড্ৰাগছমুক্ত অসম

AB Bureau by AB Bureau
February 2, 2023
in অনিৰুদ্ধ অসম, অসমীয়া, কেন্দ্ৰ-ৰাজ্য সংবাদ
0
0
অসম আৰক্ষীৰ দৃঢ় সংকল্প – ড্ৰাগছমুক্ত অসম

জব্দকৃত নিচাজাতীয় সামগ্ৰী আৰু সৰবৰাহকাৰীৰ সৈতে তিনিচুকীয়া আৰক্ষী

২১ জুন ২০২১, কাৰ্বি আংলং আৰক্ষীয়ে এক গোপন সূত্ৰৰ ভিত্তিত এখন বাছৰ ভিতৰত তালাচী চলাইছিল৷ অসম আৰক্ষীৰ এগৰাকী গৃহৰক্ষী জোৱান বৰছিং বে’ৰ বুদ্ধিত ড্ৰাগছ সৰবৰাহকেইগৰাকীয়ে বাছৰ ইঞ্জিনৰ ভিতৰত লুকুৱাই অনা ড্ৰাগছখিনি জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষী৷ এই বাছখনত আছিল ১২ কোটি টকা মূল্যৰ মেথামেফটামিন৷ ড্ৰাগছখিনি জব্দ নকৰাৰ বাবে জোৱানগৰাকীলৈ ড্ৰাগছ মাফিয়াই উপঢৌকন আগবঢ়ালে৷ সেই উপঢৌকন অস্বীকাৰ কৰি বৰছিং বে’য়ে আৰক্ষীক ড্ৰাগছখিনি জব্দ কৰিবলৈ সহায় কৰিলে৷ তেখেতৰ সাহসিকতা আৰু সততাৰ বাবে বৰছিং বে’ক যোৱা বছৰৰ ২৪ জুনত অসম আৰক্ষীৰ কনিষ্টবল হিচাপে নিযুক্তি দিয়া হয়৷ ড্ৰাগছৰ বিৰুদ্ধে চলি থকা বৰ্তমানৰ যুঁজখনৰ সেয়া যেন আৰম্ভণি আছিল৷ এজন গৃহৰক্ষী বাহিনীৰ জোৱানৰ ড্ৰাগছৰ বিৰুদ্ধে দৃঢ়তাৰে থিয় দিয়া কথাষাৰ অসম আৰক্ষীৰ বাবে এক শক্তিশালী প্ৰেৰণা৷

জব্দকৃত নিচাজাতীয় সামগ্ৰী আৰু সৰবৰাহকাৰীৰ সৈতে কাৰ্বি আংলং আৰক্ষী

যোৱা ১৮টা মাহত অসম আৰক্ষীয়ে মুঠ ১,০৬৬.২৯ কোটি টকা মূল্যৰ ড্ৰাগছ জব্দ কৰাৰ লগতে ড্ৰাগছ সৰবৰাহৰ সৈতে জড়িত ৭,৬৫৯গৰাকী ব্যক্তিক আটক কৰিছে৷ এতিয়া প্ৰায় প্ৰতিদিনে বাতৰিত ড্ৰাগছ জব্দ হোৱাৰ খবৰ ছপা হৈয়েই থাকে৷

অসম বাৰ্তাৰ সৈতে হোৱা এক বিশেষ বাৰ্তালাপত অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্তই কয়, “ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীৰ অভিযান পূৰ্বৰে পৰাই চলি আছে৷ নতুন চৰকাৰ গঠনৰ পাছত মাননীয় মুখ্যমন্ত্ৰীৰ প্ৰত্যক্ষ উদ্যোগত ড্ৰাগছ লবীৰ বিৰুদ্ধে ৰাজ্যজুৰি আৰক্ষীৰ অভিযান তীব্ৰতৰ হৈ উঠিছে আৰু ড্ৰাগছৰ কাল গৰাহৰ পৰা ৰাজ্যখনক মুক্ত কৰাৰ বাবে সৰবৰাহকাৰীৰ বিৰুদ্ধে অসম আৰক্ষী জঁপিয়াই পৰিছে৷ এইক্ষেত্ৰত আইনৰ কঠোৰ ধাৰাসমূহৰ অধ্যয়ন কৰি অতি ক্ষিপ্ৰতাৰে আৰু পদ্ধতিগতভাৱে ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে সেই আইনগত ব্যৱস্থা গ্ৰহণ কৰা হৈছে৷” তেখেতে লগতে উল্লেখ কৰে, “পদ্ধতিগত ব্যৱস্থা, অত্যাধুনিক কাৰিকৰী কৌশলৰ সৈতে আৰক্ষী সষ্টম হৈ আছে৷”

গুগ্‌ল প্লে ষ্ট’ৰত উপলব্ধ Drugs Free Assam এপটোৰ জৰিয়তে জনসাধাৰণে ড্ৰাগছ সম্পৰ্কীয় খবৰ আৰক্ষীক যোগান ধৰিব পাৰে৷ তদুপৰি, কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ে মুকলি কৰা Narco Co-ordination Centre (NCORD)ৰ জৰিয়তে ৰাজ্য আৰু কেন্দ্ৰীয় সংস্থাসমূহৰ মাজত সমন্বয় স্থাপনৰ জৰিয়তে ড্ৰাগছৰ বিৰুদ্ধে ব্যাপক অভিযান চলোৱা হৈছে৷

গুৱাহাটীত অনুষ্ঠিত হৈ যোৱা ‘ড্ৰাগছ সৰবৰাহ আৰু ৰাষ্ট্ৰীয় সুৰক্ষাৰ আঞ্চলিক অভিৱৰ্তন’ত বিষয়টো বিস্তৃতভাৱে আলোচনা কৰা হৈছিল৷ এই অভিৱৰ্তনত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ সকলো মুখ্যমন্ত্ৰী, মুখ্য সচিব আৰু আৰক্ষী সঞ্চালকপ্ৰধানসকলেও অংশগ্ৰহণ কৰিছিল৷ ইয়াত গৃহমন্ত্ৰীগৰাকীয়ে কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয় আৰু নাৰ্কটিকছ কন্ট্ৰ’ল ব্যুৰ’কে ধৰি উত্তৰ-পূবৰ ৰাজ্যসমূহৰ মাজত সমন্বয় স্থাপনৰ নিৰ্দেশ প্ৰদান কৰিছিল৷

কাৰ্বি আংলং জিলাৰ আৰক্ষী অধীক্ষক সঞ্জীৱ কুমাৰ শইকীয়াই অসম বাৰ্তাক জনায়, “ড্ৰাগছৰ সৰবৰাহ ম্যানমাৰৰ পৰা নাগালেণ্ড হৈ কাৰ্বি আংলঙৰ মাজেৰে হয় বাবে আমাৰ অঞ্চলত এইক্ষেত্ৰত কটকটীয়া ব্যৱস্থা লোৱা হয়৷ যোৱা বছৰটোত কাৰ্বি আংলং আৰক্ষীয়ে ২৮৩৩ কেজি গাঞ্জা, ২০.৩৬ কেজি হেৰ’ইন, ৬৩.৪৬৩ কেজি অপিয়ামৰ লগতে যথেষ্ট পৰিমাণৰ অন্যান্য ড্ৰাগছ জব্দ কৰিছে৷” তেখেতে লগতে কয়, “আন্তঃৰাজ্যিক আৰু আন্তঃজিলা সমন্বয়ৰ ক্ষেত্ৰত NCORDৰ জৰিয়তে ব্যৱস্থা লোৱা হৈছে আৰু লগতে আমাৰ জোৱানসকলৰ বাবে ড্ৰাগছ সম্পৰ্কীয় বিভিন্ন আন্তঃবিভাগীয় সজাগতা অনুষ্ঠানো আয়োজন কৰোঁ৷”

সাহিত্য অকাদেমি বঁটাপ্ৰাপক সাহিত্যিক জয়ন্ত মাধৱ বৰাই আৰক্ষী আৰু প্ৰশাসনৰ প্ৰশংসা কৰি কয়, “ড্ৰাগছে কেৱল এজন যুৱক বা যুৱতীকে ধ্বংস নকৰে, মানৱতাৰ শত্ৰু ড্ৰাগছে ধ্বংস কৰে এখন ঘৰক, এখন সমাজক আৰু এটা প্ৰজন্মক৷ মোৰ এখন উপন্যাসৰ বাবে গৱেষণাকালত বহু এনে পৰিয়ালৰ সৈতে কথা পাতিছিলোঁ- যাৰ আত্মীয় ড্ৰাগছৰ কাল গৰাহত হেৰাই গ’ল৷ মই ভাবোঁ শিল্পীসকলে গান, নাট, অভিনয়ৰ জৰিয়তে, লেখক-লেখিকাসকলে লেখাৰ জৰিয়তে যুৱপ্ৰজন্মক এই বিষয়ে সজাগ কৰিব পাৰে৷” উল্লেখ্য যে ড্ৰাগছে এটা পৰিয়াল আৰু এখন সমাজত পেলোৱা প্ৰভাৱক বিষয় হিচাপে লৈ বৰাৰ এখন উপন্যাস ‘নৰক গুলজাৰ’ প্ৰকাশ পাইছে৷

নগাঁৱৰ এজন বাসিন্দা বিমল লস্কৰে অসম বাৰ্তাক কয়, “নগাঁৱত যোৱা দুটা বছৰত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান কঠোৰ হোৱাৰ ফলত এই সমস্যা যথেষ্ট হ্ৰাস পাইছে যদিও একেবাৰে শেষ হৈ যোৱা নাই যেন অনুভৱ হয়৷ অৱশ্যে আৰক্ষীৰ কঠোৰ পদক্ষেপ অব্যাহত থাকিলে ড্ৰাগছমুক্ত চহৰ এখন আমি আশা কৰিব পাৰোঁ৷”

২০২২ বৰ্ষত গুৱাহাটীত হেৰ’ইন, ক’কেইনকে ধৰি মুঠ ৪০৭ কোটি টকাৰ ড্ৰাগছ জব্দ কৰা হৈছে৷

 অসম আৰক্ষীৰ সঞ্চালকপ্ৰধানগৰাকীয়ে কয়, “ওচৰ-চুবুৰীয়া ৰাজ্যসমূহৰ লগত বিশেষ সমন্বয় স্থাপনৰ জৰিয়তে অসম আৰক্ষীয়ে ‘ফৰৱাৰ্ড’ আৰু ‘বেকৱাৰ্ড’ লিংকসমূহ বিচাৰি উলিয়াই ড্ৰাগছৰ অবৈধ ব্যৱসায়ৰ লগত জড়িতসকলৰ শিকলিডাল চিহ্নিত কৰি তেওঁলোকৰ বিৰুদ্ধে কঠোৰ আইনগত ব্যৱস্থা লৈছে৷”

ShareTweetShare

Related Posts

এখন সৰ্বাংগসুন্দৰ বাজেট

এখন সৰ্বাংগসুন্দৰ বাজেট

April 1, 2023
0
ৰূপান্তৰৰ নৱ উন্মেষেৰে ‘উজ্জীৱিত অসম’ৰ বাজেট
অসম বাজেট বিশেষ

ৰূপান্তৰৰ নৱ উন্মেষেৰে ‘উজ্জীৱিত অসম’ৰ বাজেট

April 1, 2023
0
বাজেটত সম-উন্নয়নৰ প্ৰত্যাশা
সম্পাদকীয়

বাজেটত সম-উন্নয়নৰ প্ৰত্যাশা

April 1, 2023
0
ৰাজ্যপাল, মুখ্যমন্ত্ৰী, অসম মন্ত্ৰীসভাৰ ৰাষ্ট্ৰীয় স্মাৰক পৰিভ্ৰমণ
বিশেষ বাৰ্তা

ৰাজ্যপাল, মুখ্যমন্ত্ৰী, অসম মন্ত্ৰীসভাৰ ৰাষ্ট্ৰীয় স্মাৰক পৰিভ্ৰমণ

April 1, 2023
0
অৰ্কিডৰ ফুলনিত এজন অৰ্কিড মানৱ
বাটকটীয়া

অৰ্কিডৰ ফুলনিত এজন অৰ্কিড মানৱ

April 1, 2023
0
বিধায়কৰ দৃষ্টিত অসম বাজেট ২০২৩-২৪
অসম বাজেট বিশেষ

বিধায়কৰ দৃষ্টিত অসম বাজেট ২০২৩-২৪

April 1, 2023
0
Load More

By Categories

  • Assam Budget Special
  • Assam on the Move
  • Best Practices of the States
  • Border Vibes
  • Centre Connects
  • Changemaker
  • Citizen Corner
  • Economy & Finance
  • Editorial
  • English Edition
  • Entrepreneurship
  • Glimpses
  • Hindi Edition
  • INTERVIEW
  • LACHIT DIWAS SPECIAL
  • Lead Story
  • MLA's SPEAK
  • Musings of a Chief Minister
  • News From The State
  • Perspective
  • Special Feature
  • असम प्रगति के पथ पर
  • आमुख कथा
  • उद्यमिता
  • कानून व्यवस्था
  • केंद्रीय पहल
  • खबरें राज्य से जुड़ीं
  • जनसंपर्क
  • नज़रिया
  • बिधायक की राय
  • मुख्यमंत्री के विचार
  • राज्यों की बेहतरीन पहल
  • लाचित दिवस विशेष
  • वित्त एवं अर्थ व्यवस्था
  • विशेष आलेख
  • संपादकीय
  • सीमा विवादः पटाक्षेप का प्रयास
  • অনিৰুদ্ধ অসম
  • অন্যান্য ৰাজ্যৰ বাৰ্তা
  • অসম বাজেট বিশেষ
  • অসমীয়া
  • উদ্যমিতা
  • কেন্দ্ৰ-ৰাজ্য সংবাদ
  • জনসম্পৰ্ক
  • দৃষ্টিভংগী
  • প্ৰথম পৃষ্ঠা
  • প্ৰথম বাৰ্তা
  • বাটকটীয়া
  • বিত্ত আৰু অৰ্থনীতি
  • বিধায়কৰ বাৰ্তা
  • বিশেষ বাৰ্তা
  • মুখ্যমন্ত্ৰীৰ বাৰ্তা
  • লাচিত দিৱস বিশেষ
  • সম্পাদকীয়
  • সাক্ষাৎকাৰ
  • সীমান্ত বাৰ্তা
Asom Barta

Asom Barta is Published and Distributed by Directorate of Information and Public Relations, Govt of Assam

Our Social Media

  • About
  • Contact
  • Privacy Policy
  • Subscribe to Newsletter

© 2022 Directorate of Information and Public Relations, Govt of Assam

No Result
View All Result
  • Home
  • Glimpses
  • Newsletter Download
    • Current Issue
      • Asom Barta – English
      • Asom Barta – Assamese
    • Last Month Issue
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
  • Archive
    • February 2023
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta- Hindi
    • January 2023
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta -Hindi
    • December 2022
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta -Hindi
    • November 2022
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • October 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • September 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • August 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • July 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • June 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • May 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
  • Editorial Board
  • Language
    • Assamese Edition
    • Hindi Edition
  • About

© 2022 Directorate of Information and Public Relations, Govt of Assam

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In