class 10 science chapter 1 question answer in assamese

class 10 science chapter 1 question answer in assameseClass 10 Question Answer Assam, CLASS X SEBA | SEBA Assam | দশম শ্ৰেণীৰ প্ৰশ্ন আৰু উত্তৰ | Class 10 All Suggestion | Class 10 All Notes | দশম শ্ৰেণী সহায়িকা । Class 10 Book PDF Download Free | Class 10 SEBA Question and Answer Assam |

class 10 science chapter 1 question answer in assamese

শিক্ষাৰ প্ৰয়ােজনীয়তা Assam Board

class 10 science chapter 1 question answer in assamese “সকলােৰে বাবে শিক্ষা”— এই আপ্তবাক্যশাৰীয়ে যােৱা তিনিটা দশক ধৰি গুণগত শিক্ষাৰ ওপৰত অধিক গুৰুত্ব দি আহিছে। এই শিক্ষা ব্যৱস্থাই ল’ৰা-ছােৱালীৰ নামভৰ্তিকৰণ, শ্ৰেণীত সংৰক্ষণ আৰু শৈক্ষিক সফলতা আদি দিশ বিবেচনা কৰি আহিছে।

শিক্ষাৰ গুণগতমান উন্নয়নে সর্বশিক্ষা অভিযান আৰু শিক্ষাৰ অধিকাৰ আইনৰ অধীনত অধিক প্ৰসাৰতা লাভ কৰিছে। ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্রশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰস্তুত কৰা সকলাে ৰাষ্ট্ৰীয় পাঠ্যক্ৰম আৰু আন আন গুৰুত্বপূর্ণ চৰকাৰী

পৰিকল্পনাসমূহেও শিক্ষাৰ গুণগত উন্নয়নক প্রাথমিক লক্ষ্য হিচাপে অন্তর্ভুক্ত কৰিছে। এইদৰে এই শিক্ষা ব্যৱস্থাৰ ভিতৰত ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক শৈক্ষিক অনুষ্ঠানসমূহক এই বিষয়ে অৱগত কৰাৰ প্রয়ােজন এই কাৰণেই যে এই ব্যৱস্থাই প্রশাসক, পৰিকল্পনা তথা আঁচনি প্রস্তুত কৰোতাসকলৰ দ্বাৰা যুক্তিসংগত সিদ্ধান্ত গ্রহণৰ বাবে কাম কৰি আছে।

ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পর্যায়ত হােৱা বিভিন্ন শৈক্ষিক সাফল্যৰ মূল্যায়নৰ জৰীপ (As sessment Survey) হৈছে এই দিশত লােৱা কিছুমান প্ৰাৰম্ভিক প্রচেষ্টা। ইয়াৰােপৰি বিদ্যালয় আৰু সমাজৰ লগত জড়িত বিভিন্ন ব্যক্তিসকলেও শিক্ষাৰ গুণগত মান উন্নয়নত এক বিশেষ ভূমিকা পালন কৰি আহিছে।

গােলকীয় পর্যৱেক্ষণ প্রতিবেদন

class 10 science chapter 1 question answer in assamese গােলকীয় পর্যৱেক্ষণ প্রতিবেদন, ২০১৫ (Global Monitoring Report, GMR-2015) অনুসৰি ভাৰতকে ধৰি আন আন উন্নয়নশীল দেশত শিক্ষাৰ বিশেষভাৱে প্ৰসাৰ ঘটিছে, কিন্তু গুণগত মান উন্নয়নৰ ক্ষেত্ৰত ই এতিয়াও এক চিন্তনীয় বিষয় হৈ ৰৈছে। ভাৰতত বিভিন্ন শৈক্ষিক সাফল্যৰ জৰীপ (achievement survey) co- Annual Status of Education report (ASER) এ সমগ্র দেশজুৰি ছাত্ৰ-ছাত্ৰীৰ কৃতিত্ব প্রদর্শনত প্রতিফলিত হােৱা ব্যাপক বৈসাদৃশ্য সম্পর্কে খতিয়ান দাঙি ধৰিছে, যিটো ৰাষ্ট্ৰীয় মানৱ সম্পদ মন্ত্রণালয়, ২০১৪ ৰ অধীনত National Achievement Survey (NAS-ত তৃতীয় শ্রেণীৰ বাবে কৰা জৰীপত ইতিমধ্যে প্রতিফলিত হৈছে।

যােৱা কিছু বছৰত সৰ্বশিক্ষা অভিযানৰ সম্পৰ্কত যুগুতােৱা যুটীয়া পর্যৱেক্ষণ অভিযানৰ প্রতিবেদন (Reports of joint Review Mission)-ত উল্লেখ কৰা হৈছে যে ৰাজ্য আৰু কেন্দ্রীয়শাসিত অঞ্চলে সময়মতে শিক্ষণ-শিকন ব্যৱস্থা আৰু শিকন সামগ্ৰীৰ যােগান, অধিক শিক্ষক নিয়ােগকৰণ আৰু নিয়মিত পর্যৱেক্ষণ কৰা স্বত্ত্বেও লৰা-ছােৱালীৰ বর্তমান শিকন পর্যায়টো আকাংক্ষিত পর্যায়লৈ আগবঢ়া নাই।

এই প্রতিবেদন অনুসৰি লৰা-ছােৱালীৰ পঠন আৰু সাংখ্যিক তথা গাণিতিক সাম দিশত ই এক বিফলতা, যিটো বর্তমান প্রেক্ষাপটত এক গুৰুত্বপূর্ণ তথা চিন্তনীয় বিষয়। এই দৃষ্টিভংগীৰে চালে দেখা যায় যে বিশেষকৈ সাক্ষৰতা, গণনা আৰু প্ৰয়ােজনীয় জীৱনশৈলীৰ বাবে নির্ধাৰিত শিকনৰ ফলাফল/শিকন লক্ষ্যৰ জৰিয়তে নিৰূপণ কৰা গুণাগুণসমূহ সকলােৱে আহৰণ কৰাটো অতি গুৰুত্বপূর্ণ।

class 10 science chapter 1 question answer in assamese

Download SCERT Class 10 Assamese eBook – অসমীয়া

প্রাথমিক শিক্ষাৰ বিশেষ উদ্দেশ্য হিচাপে ন্যূনতম শিকন আৰু গুণগত লক্ষ্যত উপনীত হােৱাটো নিশ্চিত কৰাৰ বাবে নিয়মীয়া শিকন নিৰূপণৰ আৱশ্যকতাই হৈছে দ্বাদশ পঞ্চবার্ষিক পৰিকল্পনাৰ মূল বিষয়বস্তু। Global Monitoring Report, 2015 (GMR) আৰু বহনক্ষম উন্নয়ন লক্ষ্যৰ (SDG) পৰামৰ্শাৱলীৰ সৈতেও এই বিষয়ৰ সামঞ্জস্য আছে।

একে সময়তে শৈক্ষিক ব্যৱস্থাপনাৰ লগত জড়িত বিভিন্ন ব্যক্তি, যেনে—অভিভাৱক আৰু স্থানীয় লােকৰ দ্বাৰা সমাজৰ নিম্ন পর্যায়ত (Ground level) এক জাগৰণ সৃষ্টি হ’বলৈ ধৰিছে, য’ত তেওঁলােকৰ অৱদান তথা সহযােগিতাৰ বাবে উপযুক্ত পর্যায়ত যথােপযুক্ত ব্যৱস্থাৱলী গ্ৰহণ কৰিবলৈ শিক্ষা ব্যৱস্থাক সজাগ আৰু দায়বদ্ধ কৰা হৈছে।

Class 9 Mathematics PDF Book – গণিত

প্ৰায়েই দেখা যায় যে কি ধৰণৰ শিকন ব্যৱস্থা আৰু তাৰ মূল্যায়নৰ নীতি কেনে ধৰণৰ, সেই সম্পর্কে শিক্ষকসকল স্পষ্ট নহয়। কিয়নাে সেইবােৰ মূল্যায়ন কৰাৰ নির্দিষ্ট কোনাে নীতি নাই।

প্ৰতিটো শ্ৰেণীৰ শিকনৰ ফলাফলসমূহে শিক্ষণ-শিকন প্রক্রিয়াক বিচৰা ধৰণে আগবঢ়াই নিয়াত কেৱল শিক্ষকসকলকে সহায় নকৰে; বৰং বিদ্যালয়ৰ শিক্ষাৰ লগত জড়িত অন্যান্য ব্যক্তি বিশেষকৈ অভিভাৱক, বিদ্যালয় পৰিচালনা সমিতিৰ সদস্য (SMC), স্থানীয়

ব্যক্তি আৰুৰাজ্যিক বিষয়া,কর্মচাৰীসকলােকে গুণগত শিক্ষা নিশ্চিতকৰণত সজাগ আৰু দায়বদ্ধ কৰে। বিভিন্ন পাঠ্যক্ৰমৰ অন্তৰ্গত বিষয়ৰ শিকনৰ উদ্দেশ্য সফলতাৰে সম্পাদন কৰাৰ ক্ষেত্ৰত বিশদভাৱে ব্যাখ্যা কৰা শিকনৰ ফলাফলে বিদ্যালয় শিক্ষাৰ আওতাৰ ভিতৰত থকা বিভিন্ন ব্যক্তিক সঠিক পথ নির্দেশ কৰাৰ লগতে তেওঁলােকৰ দায়িত্ব আৰু দায়বদ্ধতাও নিশ্চিত কৰিব।

class 10 science chapter 1 question answer in assamese

Benefits of Students Practice This Books

class 10 science chapter 1 question answer in assamese Students interested in getting a government job can refer to these books as they prepare for their UPSC or civil service exams. These SCERT books help to easily understand languages ​​with the help of graphic images like English, Hindi, and other state languages, it helps interested people to understand all and different ideas from the books. The complexity of the content helps minors easily prepare for their IAS exams.

While these SCERT books are great references for aspirants, you need to learn how to study them from a civil service exam perspective. Interested people must, first of all, learn to acquire many ideas and broad ideas about the subject from different disciplines.

Curriculum for Schools Class VI – VIII & IX – X

Subject Details Marks

1. First Language : Any one of the following Languages 100

(MIL) : Assamese, Bengali, Hindi, Bodo, Urdu, Manipuri, Nepali, Khasi, Garo, Mizo, Hmar.  or English(IL) and any one of the 50×2 following In Lieu Languages: Assamese (IL), Bengali (IL), Hindi(IL) Manipuri(IL), Bodo(IL), Santhali(IL), (For Karbi Anglong & Dima Hasao districts.)

2. Second Language: English 100

3. General Science 100

4. General Mathematics 100

5. Social Science 100

6. Elective Subject 100

Anyone from the following Elective Subjects: Advanced Mathematics (E), Geography (E), History (E), Sanskrit (E), Arabic (E), Persian (E), Santhali (E), Computer Science (E), Fine Arts (E), Music (E), Dance (E), Home Science (E), Woodcraft (E), Garment Designing (E), Weaving and Textile Design (E), Assamese (E), Bengali (E), Hindi (E), Bodo (E), Manipuri (E), Commerce (E), Karbi (E), IT/ITeS NSQF (E), Retail Trade NSQF (E), Agriculture & Horticulture NSQF (E) Tourism & Hospitality NSQF (E), Health Care NSQF (E), and Private Security NSQF(E).

class 10 science chapter 1 question answer in assamese

ৰাসায়নিক বিক্রিয়া আৰু সমীকৰণ

 

(Chemical Reactions and Equations)

Multi Choice Questions (MCQ): Mark-1

(HSLC প্ৰশ্ন কাকতৰ পৰা)

1. এটা দ্ৰৱই গুড়ি কৰি লােৱা কণীৰ খােলাৰ সৈতে বিক্রিয়া কৰি এটা গেছ উৎপন্ন কৰে। গেছটোৱে চূণপানী ঘােলা কৰে। দ্ৰৱটোত থাকে— [HSLC 2015]

(a) NaCl (b) HCl (c) LICI (d) KCI।

 

উত্তৰ : (b) HCl

 

2. Fe2 03 + 2Al → Al2 03 + 2Fe

 

ওপৰৰ বিক্রিয়াটো হ’ল— [HSLC 2016]

 

(a) এটা সংযােজন বিক্রিয়াৰ উদাহৰণ

 

(b) এটা বিয়ােজন বিক্রিয়াৰ উদাহৰণ

 

(e) এটা অপসাৰণ বিক্রিয়াৰ উদাহৰণ

 

(d) এটা দ্বি-অপসাৰণ বিক্রিয়াৰ উদাহৰণ

 

উত্তৰ: (c) এটা অপসাৰণ বিক্রিয়াৰ উদাহৰণ

 

3. কি ঘটে যেতিয়া লঘু হাইড্র ক্লৰিক এচিডত লােৰ গুড়ি যােগ কৰা হয়? [HSLC 2017]

 

(a) হাইড্রজেন গেছ আৰু আইৰণ ক্ল’ৰাইড উৎপন্ন

 

(b) ক্ল’ৰিণ গেছ আৰু আইৰণ হাইড্রক্সাইড উৎপন্ন হয়।

 

(c) বিক্রিয়া নঘটে।
(d) আইৰণ লৱণ আৰু পানী উৎপন্ন হয়।
উত্তৰ:(a) হাইড্রজেন গেছ আৰু আইৰণ ক্ল’ৰাইড উৎপন্ন

Class 10 Science Chapter 1 Question Answer in Assamese

Marks 2

 

প্ৰশ্ন 1. উদাহৰণসহ বিক্রিয়ক আৰু বিক্রিয়াজাত পদাৰ্থৰ সংজ্ঞা দিয়া।
উত্তৰঃ ৰাসায়নিক বিক্রিয়া এটাত ৰাসায়নিক পৰিৱর্তন ঘটা পদার্থক বিক্রিয়ক পদার্থ আৰু বিক্রিয়া টোত উৎপন্ন হোৱা নতুন পদার্থক বোৰক বিক্রিয়াজাত পদাৰ্থ বোলে।
যেনে :- মেগনেছিয়াম + অক্সিজেন –>মেগনেছিয়াম অক্সাইড
(বিক্রিয়ক) (বিক্রিয়াজাত পদার্থ)
প্ৰশ্ন2. সন্তুলিত ৰাসায়নিক সমীকৰণ বুলিলে কি বুজা ?
উত্তৰঃ যিবোৰ বিক্রিয়াত বিক্ৰিয়ক আৰু বিক্ৰিজাত পদাৰ্থৰ মৌল সমূহৰ ভৰ কাঁড় চিনৰ দুইফালে সমান হৈ থাকে তেনে বিক্রিয়াৰ সমীকৰণ সমূহক সন্তুলিত সমীকৰণ বোলে।

 

প্ৰশ্ন3. তলৰ ৰাসায়নিক বিক্রিয়াসমূহ সম্ভলন কৰা :

 

(i) HNO3+Ca(OH)2 —> Ca(NO3)2 + H2O

 

(i) BaCl3 + H2S04 —> Bas04 + HCL

 

উত্তৰঃ(i) 2HNO3+Ca(OH)2 —> Ca(NO3)2+2H2O

 

(i) BaCl3 + H2S04, —> Bas04 + 2HCL

Read More – অসমীয়া class 10

 

প্ৰশ্ন4. সংযোজন বিক্রিয়া কাক বোলে?
উত্তৰঃ যি বিক্রিয়াত দুই বাহুতােধিক বিক্রিয়ক পদার্থ লগ হৈ এটা মাত্র বিক্রিয়াজাত পদার্থ উৎপন্ন হয় তাকে সংযােজন সংযোজন বিক্রিয়া বোলে

 

প্ৰশ্ন 5. পোৰা চোন আৰু শিথিলিত চুনৰ ৰাসায়নিক সংকেত লিখা?
পোৰা চুন CaO(s)
শিথিলিত চুন-Ca(OH)2
প্ৰশ্ন6. তাপবৰ্জী ৰাসায়নিক বিক্রিয়াৰ সংজ্ঞা লিখা? [HSLC 2016]উত্তৰঃ যিবােৰ বিক্রিয়াত বিক্রিয়াজাত পদার্থ উৎপন্ন হোৱাৰ লগতে তাপও উৎপন্ন হয় সেইবােৰক তাপবৰ্জী ৰাসায়নিক বিক্রিয়া বোলা হয়।

 

প্ৰশ্ন7. তাপগ্ৰাহী ৰাসায়নিক বিক্রিয়া কাক বোলে? [HSLC 2016]উত্তৰ: যিবোৰ ৰাসায়নিক বিক্রিয়াত শক্তি শোষণ হয় তেনে বিক্ৰিয়াক তাপগ্ৰাহী বিক্রিয়া বোলে।

 

প্ৰশ্ন 8 . সংযােজন বিক্রিয়া আৰু বিযােজন বিক্রিয়াৰ পার্থক্য লিখা?
উত্তৰ: সংযােজন বিক্রিয়া আৰু বিযােজন বিক্রিয়াৰ মাজৰ পার্থক্য হ’ল –

 

সংযােজন বিক্রিয়া বিযােজন বিক্রিয়া
(i) দুই বা ততােধিক বিক্রিয়ক পদার্থ লগ লাগি এটা মাত্ৰ নতুন বিক্রিয়াজাত পদার্থ উৎপন্ন হয়
(ii) ই তাপবৰ্জী ৰাসায়নিক বিক্রিয়া ।
(i)এটা মাত্ৰ বিক্ৰিয়ক পদাৰ্থ পৰা দুই বা ততোধিক বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হয়।
(ii)ই তাপগ্ৰাহী ৰাসায়নিক বিক্রিয়া ।

 

প্ৰশ্ন.9 অধঃ ক্ষেপন বিক্রিয়া কাক বোলে ?

 

উত্তৰ : কিছুমান বিক্রিয়াত কিছুমান আদাব্য পদাৰ্থ উৎপন্ন হয়। এনে আদাব্য পদাৰ্থ উৎপন্ন হোৱা বিক্রিয়া সমূহকে অধঃক্ষেপন বিক্রিয়া বোলে।

 

প্ৰশ্ন 10: জাৰণ আৰু বিজাৰণ বিক্রিয়া কাক বোলে?

 

উত্তৰ: যিবোৰ বিক্রিয়াত পদাৰ্থ এটাই অক্সিজেন লাভ কৰে আৰু হাইড্ৰজেন হেৰুৱাই তেনে বিক্ৰিয়াক জাৰণ বিক্রিয়া বোলে। আৰু যি বিক্রিয়াত পদাৰ্থ এটাই অক্সিজেন হেৰুৱাই হাইড্ৰজেন লাভ কৰে তেনে বিক্ৰিয়াক বিজাৰণ বিক্রিয়া বোলে।

 

প্ৰশ্ন 11. লােৰ বস্তুত ৰঙৰ প্রলেপ দিওঁ কিয় ?
উত্তৰঃ মামৰ ধৰাৰ পৰা ৰক্ষা কৰিবলৈ সাধাৰণতে লােৰ বস্তুৰ ওপৰত ৰঙৰ প্রলেপ দিয়া হয়। ৰঙৰ প্রলেপ সানিলে লােৰ পৰমাণুবােৰে বায়ুত থকা অক্সিজেন আৰু জলীয় বাষ্পৰ সংস্পৰ্শত আহিব নােৱাৰে ফলত বিক্রিয়া নঘটে আৰু সামগ্ৰীবিধ বহু দিনলৈ মামৰে ধৰাৰ পৰা ৰক্ষা পৰে।

 

প্ৰশ্ন 12. বিয়ােজক বিক্রিয়াক সংয়ােজন বিক্রিয়াৰ বিপৰীত
বােলা হয় কিয় ? এইবােৰ বিক্রিয়াৰ সমীকৰণ লিখা।

[HSLC 2015]উত্তৰঃ কাৰণ বিয়ােজন বিক্রিয়াত এটা মাত্ৰ বিক্ৰিয়ক পদাৰ্থ ভাঙি দুই বা ততােধিক পদার্থ উৎপন্ন হয়। আনহাতে
সংযােজন বিক্রিয়াত দুই বা ততােধিক পদার্থ লগ লাগি এটা নতুন পদার্থ উৎপন্ন হয়। গতিকে বিক্রিয়া দুটা আনটোৰ বিপৰীত।

 

প্ৰশ্ন14. দুর্গন্ধিতা বা ৰেনচিডিটি কাক বােলে? তেল আৰু
চর্বিযুক্ত খাদ্য নাইট্রজেনৰ পৰিৱেশত পেকেটত ভৰাই ৰখা
হয় কিয় ?

উত্তৰঃ তেল আৰু চর্বি বায়ুমণ্ডলৰ অক্সিজেনৰ দ্বাৰা
জাৰিত হৈ দুর্গন্ধী হয ইয়াকে দুর্গন্ধিতা বা ৰেনচিডিটি বোলে। সেই কাৰণে তেল বা চর্বিযুক্ত পদার্থ জাৰণ নঘটিবলৈ প্ৰতিজাৰক পদাৰ্থৰ উপস্থিতিত বায়ুৰুদ্ধ
পৰিৱেশত সংৰক্ষণ কৰা হয়। বায়ুৰুদ্ধ পাত্রত খাদ্যবস্তু ৰাখিলে জাৰণ মন্থৰ হয়। জাৰণ নঘটিবৰ বাবে চিপচৰ পেকেটবােৰৰ ভিতৰত নাইট্ৰজেন দৰে গেছ ভৰাই থােৱা হয়।

 

প্ৰশ্ন15. শ্বসনক কিয় তাপবর্জী বিক্রিয়া বুলি কিয় কোৱা হয়?
উত্তৰঃ শ্বসনত গ্লুক’জৰ অণুবােৰ অক্সিজেনৰ দ্বাৰা দাহিত হৈ শক্তি উৎপন্ন হয়। আমি জানো যে শক্তি উৎপন্ন হোৱা বিক্ৰিয়াক তাপবর্জী বিক্রিয়া বোলে । সেয়ে শ্বসন তাপবর্জী বিক্রিয়া। বিক্ৰিয়াটো হল —

 

C6H12O6(aq)+6O2(g)—>CO2(g)+H2O(l)+শক্তি

 

প্ৰশ্ন16. এখন চীনামাটিৰ থালত 2g ছিলভাৰ ক্ল’ৰাইড লােৱা আৰু ইয়াক সূৰ্যৰ পােহৰত ৰাখা । [ HSLC 2015] ( a ) কিছু সময় পিছত ছিলভাৰ ক্ল’ৰাইডৰ ৰং কি হ’ব ? ( b ) কি প্ৰকাৰৰ বিক্রিয়া সংঘটিত হ’ব ? ( c ) ওপৰৰ পর্যবেক্ষণৰ ৰাসায়নিক বিক্রিয়াটো লিখা ।

 

উত্তৰ: ( a ) কিছু সময় পিছত AgCl ৰ ৰং মটীয়া বৰণৰ হব । ( b ) বিয়ােজন বিক্রিয়া । ( c ) 2AgCI ( s ) সূৰ্যৰ পােহৰ >2Ag ( s ) + Cl2 (s )

 

প্ৰশ্ন17: বায়ুত দহনৰ আগতে মেগনেছিয়ামৰ ফিটা এডাল পৰিস্কাৰ কৰি ল’ব লাগে কিয় ? [HSLC 2019]

 

উত্তৰ: মেগনেছিয়াম এবিধ সক্রিয় ধাতু হােৱা বাবে ই বায়ুত থকা অক্সিজেনৰ লগত বিক্রিয়া কৰি মেগনেছিয়ামৰ ফিটাডালত মেগনেছিয়াম কার্বনেট ( MgCO3) ৰ এটা তৰপ সৃষ্টি হয় । ফলত অক্সিজেন Mg ধাতুৰ সংস্পৰ্শলৈ আহিব নােৱাৰে । সেয়েহে MgCO3 ৰ প্ৰলেপটো আতৰাবলৈ বায়ুত দহন কৰাৰ আগতে মেগনেছিয়ামৰ ফিটাডাল পৰিষ্কাৰ কৰি ল’ব লাগে যাতে অক্সিজেনৰ সম্পূর্ণ পৰিৱেশত দহন সংঘটিত হয়।

 

প্ৰশ্ন 18: প্রশমন বিক্রিয়া কি ? উদাহৰণ দিয়া । [HSLC-2019]

 

উত্তৰ: এচিড আৰু ক্ষাৰকৰ মাজত বিক্রিয়া ঘটি পৰস্পৰে পৰম্পৰক প্রশমিত হৰে আৰু ইয়াৰ পৰা লৱণ আৰু পানী উৎপন্ন হয় । এই বিক্রিয়াক প্রশমন বিক্রিয়া বােলে । উদাহৰণ – HCI + NaOH → NaCl + H2O

class 10 science chapter 1 question answer in assamese

SEBA Class 10 Science Question Answer – বিজ্ঞান সমাধান

S.L. No. Contents Link
পাঠ-1 ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ সমাধান
পাঠ-2 এছিড, ক্ষৰক আৰু লৱণ সমাধান
পাঠ-3 ধাতু আৰু আধাতু সমাধান
পাঠ-4 কাৰ্বন আৰু তাৰ যৌগ সমাধান
পাঠ-5 মৌল পৰ্যাবৃত্ত শ্ৰেনীবিভাজন সমাধান
পাঠ-6 জীৱন প্ৰক্ৰিয়া সমাধান
পাঠ-7 নিয়ন্ত্ৰণ আৰু সমন্বয় সমাধান
পাঠ-8 জীৱই কেনেকৈ বংশবিস্তাৰ কৰে? সমাধান
পাঠ-9 বংশগতি আৰু ক্ৰমবিকাশ সমাধান
পাঠ-10 পোহৰ প্ৰতিফলন আৰু প্ৰতিসৰণ সমাধান
পাঠ-11 মানুহৰ চকু আৰু বাৰেবৰণীয়া পৃথিৱী সমাধান
পাঠ-12 বিদ্যুত সমাধান
পাঠ-13 বিদ্যুত প্ৰবাহৰ চুম্বকীয় ক্ৰিয়া সমাধান
পাঠ-14 শক্তিৰ উৎসসমূহ সমাধান
পাঠ-15 আমাৰ পৰিবেশ সমাধান
পাঠ-16 প্ৰাকৃতিক সম্পদৰ ব্যৱস্থাপনা সমাধান

Add Comment