Friday, April 19, 2024
AB Bureau

AB Bureau

পৰ্যটন খণ্ডক উদ্যোগৰ মৰ্যাদা প্ৰদান অসম কেবিনেটৰ

কাজিৰঙাৰ যুৱক কৃষ্ণ কিংকৰ নাথ ছেভেন ছিষ্টাৰ্ছ ট্যুৰ্ছ এণ্ড ট্ৰেভেলছ নামৰ প্ৰতিষ্ঠানটোৰ স্বত্বাধিকাৰ৷ ক’ভিড-১৯জনিত পৰিস্থিতিৰ ফলত বেয়াকৈ প্ৰভাৱিত হোৱাৰ পাছত...

Read more

অবিৰত পানী যোগান : গুৱাহাটীবাসীৰ প্ৰাপ্তি

আপুনি যদি ভৰত চক্ৰৱৰ্তী আৰু নৱজিৎ শৰ্মাৰ দৰে গুৱাহাটীৰ পূব শৰণীয়া বা জু-ৰ’ড তিনিআলিৰ বাসিন্দা, তেনেহ’লে আপুনি এতিয়া প্ৰাপ্তিৰ সুখ...

Read more

প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা : কৃষকলৈ সকাহৰ মন্ত্ৰ

কামৰূপ জিলাৰ ছয়গাঁও চহৰৰ পৰা প্ৰায় ৫ কিল’মিটাৰ উত্তৰে অৱস্থিত চোলপাৰা গাঁৱৰ বাসিন্দা আয়নুল হক (৪৬) পেছাত এজন খেতিয়ক৷ বৃহত্তৰ...

Read more

জি-২০ বৈঠকৰ প্ৰস্তুতি পূৰ্ণগতিত

এই আগষ্টত অসমলৈ আহিছিল এটা বিশেষ দল৷ তেওঁলোকে সকলো ভালদৰে নিৰীক্ষণ কৰি এটা গুৰুত্বপূৰ্ণ আৰু অসমবাসীয়ে গৌৰৱ কৰিব পৰা সিদ্ধান্ত...

Read more

মুখ্যমন্ত্ৰীৰ বাৰ্তা (জানুৱাৰী – ২০২৩)

চাওঁতে চাওঁতে আৰু এখন কেলেণ্ডাৰ সলাবলৈ হ’ল৷ এই মুহূৰ্তত মই সন্তুষ্টিৰে উভতি চাইছোঁ যোৱা এটা বছৰত চৰকাৰৰ প্ৰতিটো বিভাগে জনসাধাৰণৰ...

Read more

পাৰস্পৰিক বুজাবুজিৰে নিষ্পত্তি হ’ব সীমা বিবাদ

অৰুণাচল প্ৰদেশ আৰু অসমৰ মাজত আন্তঃৰাজ্যিক সীমা বিবাদ সমাধানৰ উদ্দেশ্যে যোৱা ২২ ডিচেম্বৰত জনতা ভৱনত এখন আঞ্চলিক সমিতিৰ উচ্চ পৰ্যায়ৰ...

Read more
Page 80 of 130 1 79 80 81 130

Categories