assamese new song lyrics | Assamese lyrics

Assamese new song lyrics | Assamese lyrics – New Assamese songs lyrics 2021, All Assamese songs lyrics, 

assamese new song lyrics- Bukka Song Lyrics (বোকা)

Bukka Song Lyrics (বোকা)

Bukka Song Lyrics (বোকা)

Song: Bukka
Singer: Kussum Kailash and Priyanka Bharali 
Bukka Lyrics in Assamese
খোলা মাটি বোকা ছ্পাই খেতি কৰা
খোলা মাটি বোকা ছ্পাই খেতি কৰা
লাগে মোক এজনী জান, কামে-বনে চুকা
ভনিটি ঐ ভনিটি ঐ গাওঁৰ ছোৱালী গাওঁতে থাক
মৰম নিদিবি যাক তাক
আক-তাক মৰম দিলে কিন্ত লাগি যাব মেৰপাক
বোকাতে পাবি বটিয়া গাততে পাবি কুচিয়া
আনৰ কথা বাদ্দে মোলৈকে গুছি আহ
অ গুছি আহ
ভনিটি তই গাওঁৰ Breaking News
ডেকা লৰা কৰ Confused
চাং ঐ চাং ঐ্ ময়ো ঘুৰি চাং ঐ্
মৰম দিলে লবিনে নাই শুন ঐ শুন ঐ
খেতি খোলা কৰো মই
এইবাৰ পৰা নিজে নিজে যাবি চাই
তই পিচে নেলাগে নেলাগে যাৱ ভুই ৰুৱলে
তই নেলাগে নেলাগে যাৱ পথাৰলে
তই নেলাগে নেলাগে নেলাগে ভুই ৰুৱলে
তই নেলাগে নেলাগে  নেলাগে যাৱ পথাৰলে
চোকা ৰদে পুৰিব দেহা কলা পৰিব
বোকা পানী লাগিব গাত
******Music*****
বাটতে পাই ডেকা লৰাই
কিয়নো বাৰু মোকে জোকাই
জানিব খুজে মনৰ খবৰ
কাকো যে মনে দিয়াই নাই
ভনিটি ঐ ভনিটি তোৰ কাৰনে
Emergency বিধানসভা পাতিছো
বাইদেউ, খুৰীদেউ, নিছাদেউ, আপাদেউ
ঘৰলৈকে মাতিছো মাক দেউতাক মনাবলৈ
কিমান অন্নশনো কৰিছো
আ,,,,,,,,,মইহে জানিছো
অ, তই যিয়ে লৰা পাও ভাল
তোৰ কথা মানিছো তোক দেখি
ধুনিয়া হবলৈ তেল টেঙা ঘহিছো
বেয়া খং এৰিছোং বেয়া বস্তু এৰিছোং
আঃ,,,,,,, কস্ত পাইছোং
ভনিটি তোৰ কোমলীয়া মন
পাবলে বলীয়া যে বহুজন
ভনিটি তোৰ কেছাকৈ মৰম
পাবলে মোৰো মন উচাটন
এ যা তই, যা তই তাকে ভাবি যা তই
নিজৰ বুলি লবিনে নাই
ক ঐ ক ঐ , কিবা এটা ক ঐ
আছো তোৰ মুখলে চায়
তই নেলাগে নেলাগে নেলাগে ভুই ৰুৱলে
তই নেলাগে নেলাগে যাৱ পথাৰলে
তই নেলাগে নেলাগে নেলাগে ভুই ৰুৱলে
তই নেলাগে নেলাগে  নেলাগে যাৱ পথাৰলে
চোকা ৰদে পুৰিব দেহা কলা পৰিব
বোকা পানী লাগিব গাত

assamese new song lyrics – Nahor Phool Lyrics (নাহৰ ফুল)

Add Comment